২৯ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
২৯ অক্টোবৰ (ইংৰাজী: 29 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০২তম (অধিবৰ্ষত ৩০৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলীসম্পাদনা কৰক
- ১৯২৩ - তুৰস্কক গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে ঘোষণা কৰা হয়। ইস্তানবুলৰ পৰা আংকাৰালৈ দেশখনৰ ৰাজধানী স্থানান্তৰিত কৰা হয়।
- ১৯০৮ - যক্ষ্মা ৰোগৰ প্ৰতিষেধক ছিটা বি চি জি আবিস্কাৰ কৰা হৈছিল।
- ২০০২ - ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়।
জন্মসম্পাদনা কৰক
- ১৭৪০ - জেছ বছৱেল, স্কটলেণ্ডৰ সাহিত্যিক, জীৱনীকাৰ।
- ১৮৫১ - ৰায়বাহাদুৰ জগন্নাথ বৰুৱা, অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা।
- ১৮৯৭ - যোছেফ গোৰৱেলছ, হিটলাৰৰ অধীনৰ জাৰ্মানীৰ প্ৰচাৰমন্ত্ৰী।
- ১৯১৭ - সত্যপ্ৰসাদ বৰুৱা, অসমীয়া নাট্যকাৰ।
- ১৯২০ - বাৰুজ বেনাকেৰৰাফ, প্ৰখ্যাত আমেৰিকান বিজ্ঞানী।
- ১৯৮৫ - বিজেন্দৰ সিং, ভাৰতীয় পেছাদাৰী বক্সাৰ আৰু ৰাজনীতিবিদ।
মৃত্যুসম্পাদনা কৰক
- ১৯৩৩ - এলবাৰ্ট কামেট, ফৰাচী বিজ্ঞানী।
- ১৯৫৮ - মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, জ্ঞান-মালিনী কবি খ্যাত অসমীয়া কবি।
- ২০২০ - গৌৰী বৰ্মন, অসমৰ চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ নিৰ্মাতা।
দিৱসসম্পাদনা কৰক
- গণতন্ত্ৰ দিৱস (তুৰস্ক)।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৯ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |