১৩ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
১৩ অক্টোবৰ (ইংৰাজী: 13 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৬তম (অধিবৰ্ষত ২৮৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৯টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী সম্পাদনা কৰক
- ১৯৪৩ - ইটালীয়ে জাৰ্মানীৰ পূৰ্ব বন্ধু দেশবোৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
- ১৯৮৮ - আমেৰিকাই নেবাডাত পৰমাণু পৰীক্ষা সফল ভাৱে সম্পন্ন কৰিছিল।
- ১৯৯৯ - অটল বিহাৰী বাজপেয়ী তৃতীয় বাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল।
- ১৯৯৯ - সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ চিনেটে Comprehensive Nuclear Test Ban Treaty (CTBT)ৰ বিৰোধিতা কৰিছিল।
- ২০০১ - আফগানিস্তানত এসপ্তাহ আমেৰিকান আক্ৰমণৰ ফলত শতাধিক লোকৰ মৃত্যু হয়, বহু লোক আক্ৰান্ত হয়।
জন্ম সম্পাদনা কৰক
- ১৯১১ - অশোক কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ তাৰকা।
- ১৯৪৮ - নুচৰত ফটেহ আলী খান, প্ৰসিদ্ধ ছুফী আৰু কাবালী গায়ক।
- ১৯৫৮ - জামাল আহমেদ ষাশ্বকজী, চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক।
- ১৮৯৫ - চি. কে. নাইডু, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট কেপ্টেইন।
মৃত্যু সম্পাদনা কৰক
- ১৯১১ - ভগ্নী নিবেদিতা, ভাৰতীয় সমাজকৰ্মী, লেখিকা।
- ১৯৮৭ - কিশোৰ কুমাৰ, ভাৰতৰ প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা।
- ২০০২ - ইলা মিত্ৰ, ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা৷
- ২০০৪ - নিৰূপা ৰয় (কোকিলা কিশোৰচন্দ্ৰ বুলচাৰা), হিন্দী ছবিৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।
দিৱস সম্পাদনা কৰক
- আজেৰবাইজানি ৰেলৱে দিৱস (আজেৰবাইজান)।
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৩ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |