১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

৩ অক্টোবৰ (ইংৰাজী: 3 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৬তম (অধিবৰ্ষত ২৭৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৯টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

  • ১৯৩২ – ইৰাকে যুক্তৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধঃ গ্ৰীচৰ লিংজিয়াডেছত (Lingiades) জাৰ্মান বাহিনীয়ে ৯২জন নাগৰিকক হত্যা কৰে।
  • ১৯৫২ – যুক্তৰাজ্যই বিশ্বৰ তৃতীয় পাৰমাণৱিক শক্তি হিচাপে পৰিগণিত হ'বলৈ সফলতাৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰে।
  • ১৯৭৮ - কলকাতাত ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় টেষ্ট টিউৱ শিশু দুৰ্গা ওৰফে কানুপ্ৰিয়া আগৰৱালাৰ জন্ম হয়। চিকিৎসা বিজ্ঞানী সুভাষ মুখোপাধ্যায় সৃষ্টিকৰ্তা আছিল।
  • ১৯৯২ - গীত চেঠীয়ে বিশ্ব পেছাদাৰী বিলিয়ৰ্ড চেম্পিয়নশ্বিপ জয় কৰে।
  • ২০১০ - দিল্লীত ১৯তম কমনৱেল্‌থ গেইমৰ শুভাৰম্ভ হৈছিল।

বাহ্যিক সংযোগ

সম্পাদনা কৰক

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. সমীন কলিতা (২০০৭). অসমৰ মুখ্যমন্ত্ৰীসকল, পঞ্চম প্ৰকাশ. ৰাজেন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰ প্ৰকাশ পাণবজাৰ. পৃষ্ঠা. ৯১, ৯২, ৯৩, ৯৪ পৃষ্ঠা.