২২ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
২২ অক্টোবৰ (ইংৰাজী: 22 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৫তম (অধিবৰ্ষত ২৯৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭০টা দিন বাকী থাকে।
ঘটনাপঞ্জী
সম্পাদনা কৰক- ১৭৬৪ - বংগ আৰু বিহাৰত নবাবৰ শাসন অন্ত, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ।
- ১৭৬৪ - বক্সাৰ যুদ্ধ আৰু ইংৰাজৰ বিহাৰ অধিকাৰ।
- ১৮৭৯ – ৰাৰ্বনাইজড সূত্ৰৰ ফিলামেণ্ট ব্যৱহাৰ কৰি টমাছ আলভা এডিছনৰ দ্বাৰা প্ৰথম বৈদ্যুতিক বাল্বৰ ব্যৱহাৰিক পৰীক্ষণ।
- ১৯৩৮ - পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ দ্বাৰা জেৰৌগ্ৰাফী বা জেৰক্স মেচিন নিৰ্মাণত ব্যৱহৃত " ইলেক্ট্ৰোফটোগ্ৰাফ " নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ।
- ১৯৪৭ - কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়।
- ১৯৬২ - ভাৰতৰ ভাক্ৰা নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা।
- ১৯৬৬ - ছোভিয়েট ইউনিয়নে লুনা -১২ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন।
- ১৯৬৮ – পৃথিৱীক ১৬৩ বাৰ পৰিভ্ৰমণ কৰাৰ পাছত এপল ৭ সফলতাৰে আট্লাণ্টিক মহাসাগৰত অৱতৰণ।
- ১৯৯৪ - শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০ জন লোক এক বোমা বিস্ফোৰণত নিহত হয়।
- ১৯৯৯ - ব'ফৰ্ছ মোকৰ্দমাৰ চাৰ্জশ্বীট দাখিল , ৰাজীৱ গান্ধী সহ আন চাৰিজন অভিযুক্ত।
- ১৯৯৯ - লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালাযোগী নিৰ্বাচিত।
- ২০০১ - আফগানিস্তানৰ এক চিকিৎসালয়ত আমেৰিকান বোমা দিয়াৰ ফলত ১০০ জন জনলোকৰ মৃত্যু।
- ২০০৩ - চনৰ আজিৰ দিনটোতে ফিফাৰ ৰেংকিংত ব্ৰাজিলৰ বিশ্ব ফুটবলত শীৰ্ষ স্থান অধিকাৰ।
- ২০০৮ – ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান - ১ ৰ উৎক্ষেপন।
জন্ম
সম্পাদনা কৰক- ১৮৪৪ - ছাৰা বাৰ্নহাৰ্ট, ফৰাচী অভিনেত্ৰী
- ১৮৭৩ - স্বামী ৰামতীৰ্থ, ভাৰতীয় দাৰ্শনিক, বেদান্ত হিন্দু দৰ্শনৰ শিক্ষক।
- ১৯০০ - আশফাকুল্লা খান, ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচনৰ সহ-প্ৰতিষ্ঠাপক আছিল।
- ১৯০৩ - ত্ৰিভুৱনদাস কিশিভাই পেটেল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৩৪ - ভৃগুমুনি কাগয়ুং, অসমীয়া সাহিত্যিক
- ১৯৩৭ - কাদেৰ খান, ভাৰতীয়-কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক।
- ১৯৬৩ - ৰত্না দত্ত, অসমৰ শিক্ষাবিদ, সাহিত্যিক আৰু নাট্যকৰ্মী।
- ১৯৬৪ - অমিত অনিলচন্দ্ৰ শ্বাহ, ভাৰতৰ ৰাজনৈতিক নেতা।
- ১৯৭৫ - আনল্ড যোছেফ টয়নবিৰ, ইংৰাজ ইতিহাসবিদ।
- ১৯৮৮ - পৰিনীতি চোপ্ৰা, মোহময়ী অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯১৫ - হেনৰী ষ্টাডমেন কটন, ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া, ব্ৰিটিছ সাংসদ আৰু লেখক।
- ১৯৫৮ - জীবনানন্দ দাস, বাংলা কবি।
- ১৯৭২ - ধীৰেন্দ্ৰ নাথ দত্ত, অসমৰ কবি।
- ১৯৮২ - ৰিছাৰ্ড হ'গ, আমেৰিকান কবি, প্ৰবন্ধলেখক, আৰু শিক্ষক।
- ২০১৪ - অশোক কুমাৰ, ভাৰতীয় চিত্ৰ পৰিচালক।
- ২০১৬ - তিলক হাজৰিকা অসমৰ সাংবাদিক আৰু সাহিত্যিক।
দিৱস
সম্পাদনা কৰক- ৰাষ্ট্ৰীয় শান্তী দিৱস (ইণ্ডোনেচিয়া)।
- ৱম্বেট দিৱস (অষ্ট্ৰেলিয়া)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২২ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা Archived 2007-03-12 at the Wayback Machine