২৬ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
২৬ অক্টোবৰ (ইংৰাজী: 26 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৯তম (অধিবৰ্ষত ৩০০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৬টা দিন বাকী থাকে।
ঘটনাৱলী সম্পাদনা কৰক
জন্ম সম্পাদনা কৰক
- ১৯৩৯ - পাৰ্থ চট্টোপাধ্যায়, বঙালী সাহিত্যিক আৰু সাংবাদিক।
- ১৯৪২ - উপেন্দ্ৰ বৰকটকী, অসমীয়া সাহিত্যিক।
- ১৯৮৫ - আচিন থত্তুমকাল, ভাৰতীয় অভিনেত্ৰী আৰু ভাৰত নাট্যম নৃত্যশিল্পী।
- ২০০২ - জেৰেমী লালৰিন্নুংগা, ভাৰতীয় ভাৰোত্তোলক।
মৃত্যু সম্পাদনা কৰক
- ১৯৬১ - চন্দ্ৰধৰ বৰুৱা, কবি তথা অসম সাহিত্য সভাৰ সভাপতি।
- ১৯৭৪ - মৃদুলা সাৰাভাই, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
- ১৯৯৮ - ৰিদিপ দত্ত, অসমৰ কণ্ঠশিল্পী।
- ২০১৫ - জিতেন ডেকা, "মোৰ শুকুলা ঘোঁৰা" গীতেৰে খ্যাত কণ্ঠশিল্পী।[1]
দিৱস সম্পাদনা কৰক
- ৰাষ্ট্ৰীয় দিৱস (অষ্ট্ৰিয়া)।
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৬ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ "Singer dies in road accident". telegraphindia.com. 26 October 2015. https://www.telegraphindia.com/north-east/singer-dies-in-road-accident/cid/1526972। আহৰণ কৰা হৈছে: 25 October 2022.