ৱিকিপিডিয়া:আপুনি জানেনে সংৰক্ষণ
- আজিৰ আপুনি জানেনে-১
- আজিৰ আপুনি জানেনে-২
- আজিৰ আপুনি জানেনে-৩
- আজিৰ আপুনি জানেনে-৪
- আজিৰ আপুনি জানেনে-৫
- আজিৰ আপুনি জানেনে-৬
- আজিৰ আপুনি জানেনে-৭
- আজিৰ আপুনি জানেনে-৮
- আজিৰ আপুনি জানেনে-৯
- আজিৰ আপুনি জানেনে-১০
- আজিৰ আপুনি জানেনে-১১
- আজিৰ আপুনি জানেনে-১২
- আজিৰ আপুনি জানেনে-১৩
- আজিৰ আপুনি জানেনে-১৪
- আজিৰ আপুনি জানেনে-১৫
- আজিৰ আপুনি জানেনে-১৬
- আজিৰ আপুনি জানেনে-১৭
- আজিৰ আপুনি জানেনে-১৮
- আজিৰ আপুনি জানেনে-১৯
- আজিৰ আপুনি জানেনে-২০
- আজিৰ আপুনি জানেনে-২১
- আজিৰ আপুনি জানেনে-২২
- আজিৰ আপুনি জানেনে-২৩
- আজিৰ আপুনি জানেনে-২৪
- আজিৰ আপুনি জানেনে-২৫
- আজিৰ আপুনি জানেনে-২৬
- আজিৰ আপুনি জানেনে-২৭
- আজিৰ আপুনি জানেনে-২৮
- আজিৰ আপুনি জানেনে-২৯
আজিৰ আপুনি জানেনে
সম্পাদনা কৰক- ...যে ১৯৬৩ চনত বৰপেটা জিলাৰ পাঠশালা নগৰত জন্ম লাভ কৰা নটৰাজ থিয়েটাৰ প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ?
- ...যে বৰদৈবাম বিলমুখ পক্ষী উদ্যান হ’ল দীপৰ বিলৰ পাছতে সংৰক্ষিত পক্ষী উদ্যান হিচাপে স্বীকৃতি পোৱা অসমৰ দ্বিতীয়খন পক্ষী উদ্যান?
- ...যে উত্তৰ লখিমপুৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰা অসমৰ প্ৰথম মহাবিদ্যালয়?
- ...যে ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান জ্ঞানপীঠ বঁটা, দ্যা টাইমচ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টে প্ৰদান কৰে?
- ...যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়, উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়?