২০ আগষ্ট

তাৰিখ
(আগষ্ট ২০ৰ পৰা পুনঃনিৰ্দেশিত)
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

২০ আগষ্ট (ইংৰাজী: 20 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩২তম (অধিবৰ্ষত ২৩৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী সম্পাদনা কৰক

  • ১৮২৮ - কলকাতাব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হয়।
  • ১৮৯৭ - ইংৰাজ বিজ্ঞানী ছাৰ ৰনাল্ড ৰছে মেলেৰিয়া ৰোগৰ বীজাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয় সেই কথা আৱিষ্কাৰ কৰে।
  • ১৯২১ - কেৰেলাত ইংৰাজৰ বিৰুদ্ধে মালাবাৰ বিদ্ৰোহ (মোপলাহ হিংসা)আৰম্ভ হয়।
  • ১৯৭৪ - ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।
  • ১৯৯১ - এষ্টোনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
  • ১৯৯৫ - ফিৰোজাবাদত পুৰুষোত্তম এক্সপ্ৰেছ আৰু কালিন্দী এক্সপ্ৰেছৰ মাজত ৰে'ল দূৰ্ঘটনা হৈ ৩৫৮ জন লোক নিহত হৈছিল।
  • ২০১৩ - উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবি ঘৰ আইদেউ টকীজ আইদেউ সন্দিকৈৰ স্মৃতিত স্থাপন কৰা হয়।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৮৫৪ - ফ্ৰেইড্ৰিক ৱিলহেম্ জোছেফ স্কেলিং, জাৰ্মান দাৰ্শনিক।
  • ১৯১৫ - কাৰ্লোছ ফিনলেই, কিউবাৰ মহামাৰী বিশেষজ্ঞ আৰু বিজ্ঞানী, পীত জ্বৰৰ (Yellow Fever) গৱেষণাৰ বাবে বিখ্যাত।
  • ১৯১৫ - প'ল এৰ্লিক (ইংঃ Paul Ehrlich), নোবেল বিজয়ী জাৰ্মান চিকিৎসা বিজ্ঞানী।
  • ১৯১৭ - এডল্ফ ভন বেইয়াৰ (ইংঃ Adolf von Baeyer), নোবেল বিজয়ী জাৰ্মান ৰসায়ন বিজ্ঞানী।
  • ১৯৭৪ - মাগদা চোনজা, অষ্ট্ৰিয়ান অভিনেত্ৰী, মাতা হাৰি বোলছবিৰ বাবে বিখ্যাত।
  • ১৯৯১ - গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ এপ্ৰিল, ১৯১৪)
  • ২০০১ - ফ্ৰেড হ'য়ল, জ্যোতিৰ্বিজ্ঞানী।
  • ২০১৭ - জেৰী লুইছ, ইডিয়ট হিচাপে খ্যাত হলীউডৰ কৌতুক অভিনেতা।

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক