২০ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
২০ এপ্ৰিল (ইংৰাজী: 20 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১০তম (অধিবৰ্ষত ১১১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৫টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৭৭০ চনৰ আজিৰ এই দিনটোত কেপ্টেইন কুকে অষ্ট্ৰেলিয়া আৱিষ্কাৰ কৰে।
জন্ম
সম্পাদনা কৰক- ১৮৮৯ - এডল্ফ হিটলাৰ, জাৰ্মানীৰ ৰাজনীতিবিদ তথা নাজী দলৰ নেতা।
- ১৯১৪ - গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ আগষ্ট, ১৯৯১)
- ১৯২০ - যুথিকা ৰায়, ভাৰতীয় ভজন গায়িকা।
- ১৯৪১ - ৰেই টম্লিনছন, আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰামাৰ।
- ১৯৪৮ - প'ল আৰ. মিলগ্ৰম, আমেৰিকান অৰ্থনীতিবিদ।
- ১৯৫০ - নাৰা চন্দ্ৰবাবু নাইডু, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৭২ - মমতা কুলকাৰ্ণী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ২০১৯ - প্ৰণিতা তালুকদাৰ, ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী।
দিৱস
সম্পাদনা কৰক- ৰাষ্ট্ৰসংঘৰ চীনা ভাষা দিৱস
তথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২০ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |