ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
(List of state and union territory capitals in Indiaৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰত দক্ষিণ এছিয়াত অৱস্থিত এখন দেশ য’ত বৰ্তমান ১.২ বিলিয়ন মানুহে বসবাস কৰি আছে। ভাৰত বিশ্বৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ গণতান্ত্ৰিক দেশ। এইখন এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ, যিখন সংসদীয় ব্যৱস্থাৰ দ্বাৰা চৰকাৰে পৰিচালনা কৰে। ভাৰতবৰ্ষত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে[1]। তলৰ উল্লিখিত তালিকা্খনত ৰাজ্য অথবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিপৰীতে বিতং বিৱৰণ সন্নিবিষ্ট কৰা হ’ল।
চিহ্নসমূহ
সম্পাদনা কৰকচিহ্ন | অৰ্থ |
---|---|
ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল | ৰাজ্য অথবা কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম |
প্ৰতিষ্ঠা কৰা বৰ্ষ | যি বৰ্ষত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল সৃষ্টি হৈছিল |
কেন্দ্ৰীয়শাসিত অঞ্চল প্ৰদৰ্শন | |
S | গ্ৰীষ্ম কালীন |
W | শীত কালীন |
B | বাজেট কালীন অধিবেশন |
তালিকা
সম্পাদনা কৰকটোকা
সম্পাদনা কৰক- ↑ অন্ধ্ৰ প্ৰদেশৰ গঠন অন্ধ্ৰ ৰাজ্য আৰু হায়দ্ৰাবাদ ৰাজ্য সংযুক্ত হোৱাৰ ফলত হৈছিল। [2]
- ↑ ১৯৭১ চনলৈকে ছিলং, অসম আৰু মেঘালয়ৰ সংযুক্ত ৰাজধানী আছিল। [3]
- ↑ চণ্ডীগড়, পঞ্জাব আৰু হাৰিয়ানা ৰাজ্যৰ ৰাজধানী আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল, দুখন ৰাজ্যৰ পৰা পৃথক হোৱাৰ পাছত। [4]
- ↑ ১৮৪৩ চনলৈ পৰ্টূগীজসকলে শাসন কৰা সময়ত পানাজী গোৱাৰ ৰাজধানী আছিল। [5]
- ↑ মহীসূৰ সাম্ৰাজ্য, মাদ্ৰাছ প্ৰেছিডেন্সীৰ কানাড়া ভাষা ব্যৱহৃত অঞ্চলৰ পৰা পৃথক হৈ ১৯৫৬ চনত মহিশূৰ ৰাজ্য গঠন হয় আৰু মহিশূৰ ৰাজ্য ১৯৭৩ চনত পুনৰ নামকৰণ কৰ্ণাটক নামলৈ পৰিৱৰ্তন হয়। [6]
- ↑ নাগপুৰ ৰাজধানী কেন্দ্ৰীয় প্ৰান্ত আৰু বেৰাৰৰ ৰাজধানী আছিল যিখন ১৮৬১ চনৰ পৰা ১৯৫০ চনলৈকে এখন ৰাজ্য আছিল। [7] ১৯৫০ চনৰ আগলৈকে নাগপুৰ ৰাজধানী গঠন হোৱাৰ পাছত মধ্য প্ৰদেশৰ ৰাজধানী নতুন ৰাজ্য হিচাপে থাকে[7][8]। ১৯৫৬ চনত বেৰাৰ (বিদৰ্ভ) মধ্যপ্ৰদেশৰ পৰা আঁতৰাই দিয়া হয়, আৰু বম্বে ৰাজ্যৰ সৈতে একত্ৰিত কৰা হয়। নাগপুৰে এনেদৰে ৰাজধানী চহৰৰ খিতাপ হেৰুৱালে। ১৯৬০ চনত "নাগপুৰ চুক্তি" অনুসৰি, নাগপুৰ মহাৰাষ্ট্ৰৰ দ্বিতীয়খন ৰাজধানী হৈ পৰিল। [9]
- ↑ ১৯৫০ চনলৈকে মুম্বাই/ বম্বে, "বম্বে প্ৰেছিডেন্সী"ৰ ৰাজধানী আছিল। তাৰপাছত বম্বে, বম্বে ৰাজ্যৰ ৰাজধানী হৈ পৰে। সমসাময়িকভাৱে, ১৯৬০ চনত বম্বে ৰাজ্য গুজৰাট আৰু মহাৰাষ্ট্ৰ হিচাপে বিভাজন হয়।
- ↑ ১৯৬০চনত, নাগপুৰ চুক্তিৰ আধাৰত, নাগপুৰ ৰাজধানী মহাৰাষ্ট্ৰৰ দ্বিতীয়খন ৰাজধানীলৈ ৰূপান্তৰিত হয়। [9] যদিওবা এই সংক্ৰান্তত চৰকাৰী জাননী ১৯৮৮ চনতে দিয়া গৈছিল "India yearbook of the government of India" ত নাগপুৰৰ নাম উল্লেখ কৰা নাছিল, যে নাগপুৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ গ্ৰীষ্মকালীন ৰাজধানী
- ↑ "নাগপুৰ চুক্তি"ৰ অধীনত, বিদৰ্ভত অন্তৰ্ভুক্ত হ’বৰ বাবে এটা প্ৰাকচুক্তি আছিল যে মহাৰাষ্ট্ৰ ৰাজ্যৰ ন্যূনতম এটা বিধায়নী অধিবেশন প্ৰতি বৰ্ষতে নাগপুৰত অনুষ্ঠিত হ’ব। গ্ৰীষ্মকালীন অধিবেশন সেয়ে নাগপুৰত অনুষ্ঠিত হয়। [10]
- ↑ ১৯৩৬ চনত লাহোৰ ব্ৰিটিছ শাসনাধীন ভাৰতৰ পঞ্জাব ৰাজধানী আছিল[11]। বৰ্তমান এইখন পাকিস্থানৰ অন্তৰ্গত।
- ↑ ১৮৯০ চনৰ আগলৈকে গেংটক ছিক্কিমৰ ৰাজধানী আছিল। ছিক্কিম ভাৰতীয় সংঘত ১৯৭৫ চনত যোগদান কৰিছিল। [12]
- ↑ ১৮৩৯ চনৰ আগতে চেন্নাই (মাদ্ৰাছ) মাদ্ৰাছ প্ৰেছিডেন্সীৰ ৰাজধানী আছিল, যিখন ১৯৫৬ চনত মাদ্ৰাছ ৰাজ্য হয়। ১৯৬৮ চনত মাদ্ৰাছ ৰাজ্য পুনৰ নামকৰণ কৰি তামিল নাডু কৰা হয়।
- ↑ ডেৰাডুন উত্তৰাঞ্চল ৰাজধানী আৰু গেইৰচেন চহৰক ৰাজ্যৰ নতুন ৰাজধানী হিচাপে নিৰ্মাণ কৰি থকা হৈছে। [13]
উদ্ধৃতি
সম্পাদনা কৰক- ↑ Library of Congress 2004.
- ↑ অন্ধ্ৰপ্ৰদেশ চৰকাৰ.
- ↑ Baruah 1999, পৃষ্ঠা. xiii.
- ↑ Menon & Banerjea 2002, পৃষ্ঠা. 5.
- ↑ Ring 1996, পৃষ্ঠা. 288.
- ↑ Mathew 1995, পৃষ্ঠা. 95–96.
- ↑ ইয়ালৈ যাওক: 7.0 7.1 Boland-Crewe & Lea 2002, পৃষ্ঠা. 155.
- ↑ Kumāra 1998, পৃষ্ঠা. 136.
- ↑ ইয়ালৈ যাওক: 9.0 9.1 Kini 1974, পৃষ্ঠা. 34–35.
- ↑ Khandewale 1989, পৃষ্ঠা. 21.
- ↑ Kippen 2006, পৃষ্ঠা. 26.
- ↑ Spate 1953, পৃষ্ঠা. 200.
- ↑ Sati & Kumar 2004, পৃষ্ঠা. 9–10.
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- Baruah, Sanjib (1999). India Against Itself: Assam and the Politics of Nationality. University of Pennsylvania Press. ISBN 978-0-8122-3491-6. http://books.google.com/books?id=8k-irMMTnywC&pg=PR13। আহৰণ কৰা হৈছে: 13 August 2012.
- Boland-Crewe, Tara; Lea, David, eds (15 November 2002). The Territories and States of India. Europa. ISBN 978-1-85743-148-3. http://books.google.com/books?id=JrNCaYCriicC&pg=PA155। আহৰণ কৰা হৈছে: 13 August 2012.
- "Country Profile: India" (PDF), Library of Congress Country Studies (Library of Congress, Federal Research Division), December 2004, http://lcweb2.loc.gov/frd/cs/profiles/India.pdf, আহৰণ কৰা হৈছে: 30 September 2011
- Khandewale, Shrinivas Vishnu (1989). Industrial Area and Regional Resources: A Case Study of Nagpur Industrial Area. Mittal Publications. ISBN 978-81-7099-134-2. http://books.google.com/books?id=_SDhC12S7q4C&pg=PA21। আহৰণ কৰা হৈছে: 13 August 2012.
- Mathew, George (1995). Status of Panchayati Raj in the States of India, 1994. Concept Publishing Company. ISBN 978-81-7022-553-9. http://books.google.com/books?id=H6DQEoh0EJ8C&pg=PA95। আহৰণ কৰা হৈছে: 19 August 2012.
- Kini, N. G. S. (1974). The City Voter in India: A Study of 1967 General Elections in Nagpur. Abhinav Publications. ISBN 978-0-88386-524-8. http://books.google.com/books?id=46HcFvAv96sC&pg=PA34। আহৰণ কৰা হৈছে: 13 August 2012.
- Kumāra, Braja Bihārī (1 January 1998). Small States Syndrome In India. Concept Publishing Company. ISBN 978-81-7022-691-8. http://books.google.com/books?id=nKqF_AgDd4gC&pg=PA136। আহৰণ কৰা হৈছে: 13 August 2012.
- Kippen, James (2006). Gurudev's Drumming Legacy: Music, Theory, and Nationalism in the Mr̥daṅg Aur Tablā Vādanpaddhati of Gurudev Patwardhan. Ashgate Publishing. ISBN 978-0-7546-5424-7. http://books.google.com/books?id=sB1AhvY2BSEC। আহৰণ কৰা হৈছে: 15 August 2012.
- Menon, N. R. Madhava; Banerjea, D. (2002). Criminal Justice India Series: Haryana, 2002. Allied Publishers in collaboration with National University of Juridical Sciences. ISBN 978-81-7764-518-7. http://books.google.com/books?id=gm_tzXsC12gC। আহৰণ কৰা হৈছে: 15 August 2012.
- "Post-Independece Era", History of Andhra Pradesh (Government of Andhra Pradesh), http://www.aponline.gov.in/quick%20links/hist-cult/history_post.html, আহৰণ কৰা হৈছে: 4 August 2012
- Ring, Trudy (1 January 1996). Asia and Oceania: International Dictionary of Historic Places. Taylor & Francis. ISBN 978-1-884964-04-6. http://books.google.com/books?id=vWLRxJEU49EC&pg=PA288। আহৰণ কৰা হৈছে: 13 August 2012.
- Sati, Vishwambhar Prasad; Kumar, Kamlesh (2004). Uttaranchal: Dilemma Of Plenties And Scarcities. Mittal Publications. ISBN 978-81-7099-898-3. http://books.google.com/books?id=ct6YMRvYJQ4C&pg=PA9। আহৰণ কৰা হৈছে: 13 August 2012.
- Sharma, B. K. (August 2007). Introduction to the Constitution of India (4th সম্পাদনা). Prentice Hall. ISBN 978-81-203-3246-1. http://books.google.com/books?id=srDytmFE3KMC.
- Spate, Oskar Hermann Khristian (1953). The Changing Map Of Asia A Political Geography. Taylor & Francis. http://books.google.com/books?id=DrgNAAAAQAAJ। আহৰণ কৰা হৈছে: 15 August 2012.