১২ মাৰ্চ
তাৰিখ
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২২ |
১২ মাৰ্চ (ইংৰাজী: 12 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৪টা দিন (অধিবৰ্ষত ২৯৫ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
- ১৯৮৪ৰ আজিৰ দিনটোত বলীউদৰ নেপথ্য গায়িকা শ্ৰেয়া ঘোষালৰ জন্ম হৈছিল।
- ১৯৬৪ৰ আজিৰ দিনটোত গায়িকা ফাল্গুনী পাঠকৰ জন্ম হয়।