১২ মাৰ্চ
তাৰিখ
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
১২ মাৰ্চ (ইংৰাজী: 12 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৪টা দিন (অধিবৰ্ষত ২৯৫ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম
সম্পাদনা কৰক- ১৯১৩ - যশৱন্তৰাও চাৱন, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯২২ - জেক কেৰুৱাক, আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক।
- ১৯৫৮ - অৰ্পণা কোঁৱৰ, অসমীয়া লেখিকা, ভাষা গৱেষক, অধ্যাপক।
- ১৯৬৩ - এ শ্ৰীকৰ প্ৰসাদ, ভাৰতীয় চলচ্চিত্ৰ সম্পাদক।
- ১৯৬৩ - টনি জোছেফ, ভাৰতীয় সাংবাদিক আৰু লেখক।
- ১৯৬৮ - নীৰজ কাবি, ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা।
- ১৯৬৯ - ফাল্গুনী পাঠক, ভাৰতীয় গায়িকা।
- ১৯৮৩ - আতিফ আচলম, পাকিস্তানী পপ গায়ক আৰু চলচ্চিত্ৰ অভিনেতা।
- ১৯৮৪ - শ্ৰেয়া ঘোষাল, ভাৰতীয় নেপথ্য গায়িকা।
মৃত্যু
সম্পাদনা কৰক- ১৯১৪ - জৰ্জ ৱেষ্টিংহাউছ, আমেৰিকান উদ্যোগী আৰু অভিযন্তা।
- ২০১৫ - আদা জাফ্ৰি, পাকিস্তানী কবি আৰু লেখক।