১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

২০ মাৰ্চ (ইংৰাজী: 20 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৯তম (অধিবৰ্ষত ৮০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৬টা দিন বাকী থাকে।

  • ১৬৮৬ – কলকাতাৰ সূতানটি নামৰ গাঁৱত প্ৰথম ব্ৰিটিশ পতাকা উত্তোলন কৰা হয়।
  • ১৭৩৯ – নাদিৰ শাহে দিল্লি দখল কৰে।
  • ১৯৩৫ – ব্ৰিটিশ কাউন্সিল প্ৰতিষ্ঠিত হয়।
  • ১৯৯১ - খালেদা জিয়াবাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

২০ মা

  • ১৮২৮ - হেনৰিক ইবছেন, নৰৱেদেশীয় নাট্যকাৰ আৰু নাট পৰিচালক।
  • ১৮৯০ - জ্ঞাননাথ বৰা, অসমীয়া ‌কবি, প্ৰবন্ধকাৰ আৰু শিক্ষাবিদ।
  • ১৯২৫ - জৰ্জ নেথালিয়েন কাৰ্জন, ব্ৰিটিশ সাম্ৰাজ্যৰ অধীন উপনিবেশ ভাৰতেৰ গভৰ্নৰ জেনাৰেল আৰু ভাইচৰয়। (জ.১৮৫৯)
  • ১৯৫০ - সাৱিত্ৰী জিন্দাল, ভাৰতীয় ব্যৱসায়ী
  • ১৯৬৬ - অলকা য়াগনিক, ভাৰতীয় নেপথ্য গায়িকা।
  • ১৯৭৭ - গায়ত্ৰী যোশী, ভাৰতীয় অভিনেত্ৰী।
  • ১৮৫৮ - অৱন্তীবাই লোধী, ৰামগড়ৰ ৰাণী তথা মুক্তি যুঁজাৰু।
  • ২০০৬ - ভৃগু কুমাৰ ফুকন, অসমৰ জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী।
  • ২০১৪ - খুছৱন্ত সিং, ভাৰতীয় সাহিত্যিক, উপন্যাসিক, স্তম্ভ লেখক, সাংবাদিক আৰু ইতিহাসবিদ।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক


বাহ্যিক সংযোগ

সম্পাদনা কৰক