২০ মাৰ্চ
তাৰিখ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
২০ মাৰ্চ (ইংৰাজী: 20 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৯তম (অধিবৰ্ষত ৮০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৬টা দিন বাকী থাকে।
ঘটনাবলীসম্পাদনা কৰক
- ১৬৮৬ – কলকাতাৰ সূতানটি নামৰ গাঁৱত প্ৰথম ব্ৰিটিশ পতাকা উত্তোলন কৰা হয়।
- ১৭৩৯ – নাদিৰ শাহে দিল্লি দখল কৰে।
- ১৯৩৫ – ব্ৰিটিশ কাউন্সিল প্ৰতিষ্ঠিত হয়।
- ১৯৯১ - খালেদা জিয়াই বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী]] হিচাবে দায়িত্ব গ্ৰহণ কৰে।
জন্মসম্পাদনা কৰক
- ১৮৯০ - অসমীয়া কবি, প্ৰবন্ধকাৰ আৰু শিক্ষাবিদ জ্ঞাননাথ বৰাৰ জন্মদিন।
- ১৯২৫ - জৰ্জ নেথালিয়েন কাৰ্জন, ব্ৰিটিশ সাম্ৰাজ্যৰ অধীন উপনিবেশ ভাৰতেৰ গভৰ্নৰ জেনাৰেল আৰু ভাইচৰয়। (জ.১৮৫৯)
মৃত্যুসম্পাদনা কৰক
দিৱসসম্পাদনা কৰক
- আন্তৰ্জাতিক সুখ দিৱস
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২০ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |