১৫ মাৰ্চ
তাৰিখ
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২২ |
১৫ মাৰ্চ (ইংৰাজী: 15 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৪তম (অধিবৰ্ষত ৭৫ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯১ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
- ১৯৯৩ চনৰ আজিৰ দিনটোত বলীউদৰ অভিনেত্ৰী আলিয়া ভট্টৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- ১৯৭৮ চনৰ আজিৰ দিনটোত বিখ্যাত ঢোল বাদক মঘাই ওজাই ইহলীলা সম্বৰণ কৰিছিল।