১৪ মাৰ্চ
তাৰিখ
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
১৪ মাৰ্চ (ইংৰাজী: 14 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৩ তম (অধিবৰ্ষত ৭৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজীসম্পাদনা কৰক
জন্মসম্পাদনা কৰক
- ১৮৭৯ - এলবাৰ্ট আইনষ্টাইন, ন’বেল বটাৰে সন্মানিত প্ৰখ্যাত আমেৰিকান পদাৰ্থ বিজ্ঞানী।
- ১৯৬৫ - প্ৰখ্যাত হিন্দী চলচ্চিত্ৰ তাৰকা আমিৰ খান।
মৃত্যুসম্পাদনা কৰক
- ১৬৮২ - ইয়াকব ভ্যান ৰাইচডেল, সপ্তদশ শতিকাৰ প্ৰখ্যাত ওলন্দাজ চিত্ৰশিল্পী।
- ১৮৮৩ - কাৰ্ল মাৰ্ক্স, প্ৰভাৱশালী জাৰ্মান সমাজ বিজ্ঞানী আৰু মাৰ্ক্সবাদৰ প্ৰবক্তা।
- ১৮৯৯ - হেৰ্মান ষ্টাইন্টল, জাৰ্মান ভাষাতাত্ত্বিক আৰু দাৰ্শনিক।
- ১৯৯৫ - উইলিয়াম আলফ্ৰেড ফোলাৰ, ন’বেল পুৰস্কাৰ বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
- ২০১৮ - ষ্টিফেন হকিং, প্ৰখ্যাত ইংৰাজ জ্যোতিৰ্বিজ্ঞানী, এ' ব্ৰিফ হিষ্ট্ৰি অৱ্ টাইমৰ ৰচক।
দিৱসসম্পাদনা কৰক
- বিশ্ব পাই দিৱস - (গণিত- ৩.১৪ সংখ্যাৰ স্মৰণত)।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৪ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |