১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৪ মাৰ্চ (ইংৰাজী: 14 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৩ তম (অধিবৰ্ষত ৭৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজীসম্পাদনা কৰক

জন্মসম্পাদনা কৰক

মৃত্যুসম্পাদনা কৰক

  • ১৬৮২ - ইয়াকব ভ্যান ৰাইচডেল, সপ্তদশ শতিকাৰ প্ৰখ্যাত ওলন্দাজ চিত্ৰশিল্পী।
  • ১৮৮৩ - কাৰ্ল মাৰ্ক্স, প্ৰভাৱশালী জাৰ্মান সমাজ বিজ্ঞানী আৰু মাৰ্ক্সবাদৰ প্ৰবক্তা।
  • ১৮৯৯ - হেৰ্মান ষ্টাইন্‌টল, জাৰ্মান ভাষাতাত্ত্বিক আৰু দাৰ্শনিক।
  • ১৯৯৫ - উইলিয়াম আলফ্ৰেড ফোলাৰ, ন’বেল পুৰস্কাৰ বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
  • ২০১৮ - ষ্টিফেন হকিং, প্ৰখ্যাত ইংৰাজ জ্যোতিৰ্বিজ্ঞানী, এ' ব্ৰিফ হিষ্ট্ৰি অৱ্ টাইমৰ ৰচক।

দিৱসসম্পাদনা কৰক

  • বিশ্ব পাই দিৱস - (গণিত- ৩.১৪ সংখ্যাৰ স্মৰণত)।

বাহ্যিক সংযোগসম্পাদনা কৰক