১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

২১ মাৰ্চ (ইংৰাজী: 21 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮০তম (অধিবৰ্ষত ৮১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৫টা দিন বাকী থাকে।

  • ১৮২৯ - স্পেইনত হোৱা ভূমিকম্পত ৬ হাজাৰ মানুহ নিহত।
  • ১৮৩৬ - কলকাতাত প্ৰথম গ্ৰন্থাগাৰ স্থাপিত হয়।
  • ১৮৫৭ - টকিঅ'ৰ ভূমিকম্পত ১ লাখ ৭ হাজাৰ মানুহৰ মৃত্যু হয়।
  • ১৯৯০ - দক্ষিণ আফ্ৰিকাৰ পৰা নামিবিয়াই স্বাধীনতা লাভ কৰে।
  • ২০০৬ - টুইটাৰ প্ৰতিষ্ঠিত হয়।
  • ১৮৮৪ - এজৰা এবট, আমেৰিকান শিক্ষাবিদ।
  • ২০০৩ - শিৱানী, ভাৰতীয় সাহিত্যিক।

ছুটি আৰু অন্যান্য

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. বৰা, সোনেশ্বৰ. শুভ যাত্ৰা-দূৰ্গম পথঃ মহামানৱ মহাত্মা গান্ধীৰ পৰা দৈয়াংলৈ. বি. এছ. পাব্লিকেশ্ব্যন, জু-নাৰেঙ্গী ৰ'ড, গুৱাহাটী-২১, ২০০৮ চন ১মাৰ্চ, p. ১০২.


বাহ্যিক সংযোগ

সম্পাদনা কৰক