৬ মাৰ্চ
তাৰিখ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
৬ মাৰ্চ (ইংৰাজী: 6 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৪তম (অধিবৰ্ষত ৬৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০১টা দিন বাকী থাকে।
ঘটনাৱলী সম্পাদনা কৰক
জন্ম সম্পাদনা কৰক
- ১৪৭৫ - মাইকেলেঞ্জেল', ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা।
- ১৫০৮ - সম্ৰাট হুমায়ুন, দ্বিতীয় মোগল সম্ৰাট। (মৃ.১৫৫৬)
- ১৮০৬ - এলিজাবেথ বেৰেট ব্ৰাউনিঙৰ, ইংৰাজ কবি। (মৃ.১৮৬১)
- ১৯২৭ - গাৰ্চিয়া মাৰ্কেছ, কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী।
- ১৯৮০ - ৰূপম ভূঞা, অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক।
মৃত্যু সম্পাদনা কৰক
- ২০১৫ - ৰাম সুন্দৰ দাস, ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ।
- ২০১৭ - ৰবাৰ্ট অছবৰ্ণ, আমেৰিকান অভিনেতা।
- ২০২১ - গ্ৰাহাম পিংক, ব্ৰিটিছ ধাত্ৰী।
দিৱস সম্পাদনা কৰক
- স্বাধীনতা দিৱস (ঘানা)
তথ্য সংগ্ৰহ সম্পাদনা কৰক
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৬ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |