২৪ মাৰ্চ
তাৰিখ
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২২ |
২৪ মাৰ্চ (ইংৰাজী: 24 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮৩ তম (অধিবৰ্ষত ৮৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
মৃত্যুসম্পাদনা কৰক
- ১৬০৩ - প্ৰথম এলিজাবেথ, ইংলেণ্ডৰ ৰাণী।
- ১৯৯১ - কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ মৃত্যু। তেখেত অসমৰ এগৰাকী সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰু, আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু আছিল।
- ২০১৪ - মধুৰাম বড়োৰ মৃত্যু। তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ আছিল৷
দিৱসসম্পাদনা কৰক
- বিশ্ব যক্ষ্মা দিৱস