১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

মাৰ্চ ৯ গ্ৰেগ'ৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬৮ তম (অধিবৰ্ষত ৬৯ তম) দিন।

জন্ম সম্পাদনা কৰক

  • ১৯৩৩ - প্ৰেমধৰ বৰা, অসমৰ ৰাজনীতিবিদ।
  • ১৯৩৪ - য়ুৰি গেগেৰিন, ছ'ভিয়েট দেশীয় বৈমাণিক আৰু মহাকাশচাৰী।
  • ১৯৫১ - জাকিৰ হুছেইন, ভাৰতৰ প্ৰসিদ্ধ তবলা বাদক।
  • ১৯৫৬ - শশী থাৰুৰ, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৮৫ - পাৰ্থিৱ পেটেল, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক