৩১ মাৰ্চ
তাৰিখ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
৩১ মাৰ্চ (ইংৰাজী: 31 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯০তম (অধিবৰ্ষত ৯১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭৫টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৭৭৪- ভাৰতত প্ৰথম ডাক সেৱা কাৰ্য্যালয় খোলা হৈছিল।
- ১৮৬৭- বোম্বাইত (বৰ্তমানৰ মুম্বাইত) প্ৰাৰ্থনা সমাজ স্থাপনা কৰা হৈছিল।
- ১৮৮২ - কলকাতাত প্ৰথম টেলিফোন এক্সচেঞ্জ আৰম্ভ হয়।
- ১৮৮৯ - পেৰিছত আইফেল টাৱাৰ উদ্বোধন কৰা হয়।
- ১৯৮৩- কলোম্বিয়াৰ চহৰ পোপায়নত হোৱা বিধ্বংসী ভূমিকম্পত প্ৰায় ৫০০জন ব্যক্তিৰ মৃত্যু হৈছিল।
- ১৯৮৬- মেক্সিকোত হোৱা বিমান দুৰ্ঘটনাত বিমানত থকা সকলো যাত্ৰীৰ মৃত্যু হয়। বিমানখনত ১৬৭জন যাত্ৰী আছিল।
জন্মসম্পাদনা কৰক
- ১৫৯৬ - ৰেনে ডেকাৰ্ট, ফৰাচী দাৰ্শনিক আৰু আধুনিক দৰ্শনৰ জনক, গণিতজ্ঞ, বিজ্ঞানী। (মৃ.১১/০২/১৬৫০)
- ১৯১৪ - অক্টাৱিয়' পাছ, সাহিত্যত ন'বেল বিজয়ী (১৯৯০) মেক্সিকান কবি।
- ১৯২২- ৰিচাৰ্ড কাইলী, আমেৰিকাৰ অভিনেতা আৰু গায়ক (মৃ. ১৯৯৯)
- ১৯৩৮- শীলা দীক্ষিত, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ১৯৪৫- মীৰা কুমাৰ, লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ (ভাৰত)
মৃত্যুসম্পাদনা কৰক
- ১৬৩১ -জন ডান, ইংৰাজ কবি।
- ১৭২৭ - ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰু গণিতবিদ তথা বিশ্বৰ বিজ্ঞানীসকলৰ ভিতৰত অন্যতম ছাৰ আইজাক নিউটনৰ মৃত্যু।
- ১৯১৭ - এমিল ভোন বেহৰিং, নোবেল পুৰস্কাৰ বিজয়ী জাৰ্মান জীৱবিজ্ঞানী।
- ১৯৭২ - মীনা কুমাৰী, বলিউডৰ অভিনেত্ৰী।
- ২০১৬ - অসীম বোথ্ৰাৰ মৃত্যু। তেখেত এগৰাকী চলচ্চিত্ৰ কৰ্মী আছিল।
- ২০০৬ - কেশৱ মহন্ত, অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ। (জন্ম: ২০ জানুৱাৰী, ১৯২৬)
ছুটি আৰু অন্যান্যসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩১ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |