১৯ মাৰ্চ
তাৰিখ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
১৯ মাৰ্চ (ইংৰাজী: 19 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৮তম (অধিবৰ্ষত ৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৭টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰক- ১৮১৩ - ডেভিড লিভিংষ্টোন, স্কটিছ চিকিৎসক আৰু মানবতাবাদী।
- ১৯৫৫ - ব্ৰুচ ৱিলিছ, আমেৰিকান অভিনেতা।
- ১৯৮৪ - তনুশ্ৰী দত্ত, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯৭৩ - হেমেন গাঙ্গুলী, ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক।
- ২০০৫ - নৰেন্দ্ৰ চন্দ্ৰ হাজং, অসমীয়া অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক।
- ২০০৬ - গোলাপ বৰবৰা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০০৮ - আৰ্থাৰ চি ক্লাৰ্ক, ইংৰাজ লেখক।
- ২০১৮ - কেদাৰনাথ সিং, ভাৰতীয় কবি।
দিৱস
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৯ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |