২৭ মাৰ্চ
তাৰিখ
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
মাৰ্চ ২৭ গ্ৰেগৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৮৬ তম (অধিবৰ্ষত ৮৭ তম) দিন।
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৬১ - আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে পোন প্ৰথমবাৰৰ বাবে 'বিশ্ব থিয়েটাৰ দিৱস' পালন কৰে।
জন্ম
সম্পাদনা কৰক- ১৯১৫ - পুষ্পলতা দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী। (মৃত্যু: ২০০৩)
- ১৯২৩ - মহাশয় ধৰমপাল গুলাটি, ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (MDH) প্ৰতিষ্ঠাপক।
- ১৯৮৫ - ৰাম চৰণ তেজা, ভাৰতীয় অভিনেতা, নিৰ্মাতা আৰু উদ্যোক্তা।
- ১৯৯৬ - আয়েশা চৌধুৰী, ভাৰতীয় লেখিকা।
মৃত্যু
সম্পাদনা কৰক- ১৯৬৮ - য়ুৰি গেগেৰিন, ৰুছ দেশৰ য়ুৰি গেগেৰিন প্ৰথম মহাকাশচাৰী ব্যক্তি। প্ৰশিক্ষণৰ সময়ত হোৱা বিমান দুৰ্ঘটনাত তেখেত নিহত হয়।
- ২০১১ - ভৃগুমুনি কাগয়ুং, অসমীয়া সাহিত্যিক।
- ২০১৬ - কান্তা গুপ্তা, কানাডিয়ান গণিত অধ্যাপক।
- ২০১৭ - অৰুণ শৰ্মা, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী।
দিৱস
সম্পাদনা কৰক- বিশ্ব থিয়েটাৰ দিৱস (আন্তৰ্জাতিক)
- সশস্ত্ৰ বাহিনী দিৱস (ম্যানমাৰ)
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৭ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |