১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯  ২০  ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

মাৰ্চ ২৭ গ্ৰেগৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৮৬ তম (অধিবৰ্ষত ৮৭ তম) দিন।

জন্মসম্পাদনা কৰক

  • ১৯১৫ - পুষ্পলতা দাসৰ জন্ম। তেখেত এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী আছিল। (মৃত্যু: ২০০৩)

মৃত্যুসম্পাদনা কৰক

  • ১৯৬৮ - য়ুৰি গেগেৰিন, ৰুছ দেশৰ ইউৰি গেগৰিন প্ৰথম মহাকাশচাৰী ব্যক্তি। প্ৰশিক্ষণৰ সময়ত হোৱা বিমান দুৰ্ঘটনাত তেখেত নিহত হয়।
  • ২০১৭ - অৰুণ শৰ্মাৰ মৃত্যু। তেখেত একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল।

দিৱসসম্পাদনা কৰক

  • আজি বিশ্ব থিয়েটাৰ দিৱস। এই দিৱস পোন প্ৰথমে ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল।

বাহ্যিক সংযোগসম্পাদনা কৰক