প্ৰশাসক পদৰ বাবে কৰা অনুমোদন প্ৰাপ্ত আবেদনসমূহ
এই পৃষ্ঠাত প্ৰশাসক পদৰ অনুমোদন পোৱা আৱেদনসমূহ নথিভূক্ত কৰা হৈছে। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব। অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।
I wish to become a sysop. Assamese is my native language. Thankyou. (+) সমৰ্থন সম্পাদনা কৰক
(-) বিৰোধিতা সম্পাদনা কৰক( ) দুইদোমোজা সম্পাদনা কৰকঅনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।
I am an Assamese and want to become an administrator for Assamese wiki, Thanks and Regards Sangeeta (+) সমৰ্থন সম্পাদনা কৰক
(-) বিৰোধিতা সম্পাদনা কৰক( ) দুইদোমোজা সম্পাদনা কৰকঅনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।
I would like to nominate User:Psneog for adminship. I request Psneog to kindly accept the nomination. চাইপাও ১১:০০, ২১ আগষ্ট ২০১১ (UTC) Thanks for nomination. I accept it. Psneog ১২:১২, ২১ আগষ্ট ২০১১ (UTC) সমৰ্থন সম্পাদনা কৰক
বিৰোধ সম্পাদনা কৰকভোটিংৰ ফলাফল সম্পাদনা কৰক
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।
মই শ্রীমান অম্লান বসুমতাৰীৰ নাম অসমীয়া ৱিকিপিডিয়াৰ sysop-অৰ বাবে প্রস্তাৱ কৰিছোঁ। তেওঁৰ লগত মই আগতেও একেলগে কাম কৰিছোঁ; মোৰ দৃঢ়বিশ্বাস তেওঁ এই দায়িত্ব সুকলমে পালন কৰিব পাৰিব। ভোটখিনি তলত দেখা পাব ধন্যবাদ। শ্রী চাইপাও বৰুৱাক মই অম্লানৰ sysop হোৱাৰ বাকীখিনি দাৰিত্ব পালন কৰিবলৈ অনুৰোধ জনালোঁ। আগতীয়া ধন্যবাদেৰে:- প্রভাকৰ শৰ্মা নেওগ 05:37, 6 ফেব্ৰুৱাৰী 2012 (UTC)
ভোটিং ১২ ফেব্রুৱাৰী ২০১২ তাৰিখে সামৰা হ'ব। সমৰ্থন সম্পাদনা কৰক
বিৰোধিতা সম্পাদনা কৰকমন্তব্য সম্পাদনা কৰকশেষ সিদ্ধান্ত সম্পাদনা কৰক
স্থিতি সম্পাদনা কৰক
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।
মই শ্রীমান বিষ্ণু শইকীয়াৰ নামটো অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসকৰ বাবে প্রস্তাৱ কৰিছোঁ। তেওঁক এই প্ৰস্তাৱত আনুষ্ঠানিকভাৱে সন্মতি জনাবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকৰ ভোট তলত দিয়ক। প্রভাকৰ শৰ্মা নেওগ (talk) 18:15, 4 মাৰ্চ 2012 (UTC) ভোটগ্রহণ ১১ মাৰ্চ, ২০১২ তাৰিখে বন্ধ কৰা হ'ব। I would like to nominate Bishnu Saikia for adminship of Assamese wikipedia. I request Bishnu Saikia kindly to accept the nomination. Please vote below. প্রভাকৰ শৰ্মা নেওগ (talk) 18:15, 4 মাৰ্চ 2012 (UTC) Polling closes on 11th March, 2012
Yes সম্পাদনা কৰক
No সম্পাদনা কৰকসিদ্ধান্ত সম্পাদনা কৰকবিষ্ণু শইকীয়াক অসমীয়া ৱিকিপিডিয়াৰ প্রশাসক কৰা হ'ল। প্রভাকৰ শৰ্মা নেওগ (talk) 09:08, 12 মাৰ্চ 2012 (UTC) অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।
Following the discussion here , I would like to nominate Gitartha Bordoloi for adminship. Gitartha has been associated very closely with AS-Wikipedia from the very beginning of this new surge in interest. He has made extensive and critical contributions to the translation of the Wikipedia interface, as well as the efforts to make AS-Wikipedia popular in public. He is technically proficient, and has participated keenly on policy discussions. In my opinion, he would be a strong asset to our community with added admin responsibilities. I request the community to support him. Please vote below. The voting will close Thursday, January 17, 2013. চাইপাও 11:47, 9 জানুৱাৰী 2013 (UTC)
Yes সম্পাদনা কৰক
No সম্পাদনা কৰকResult সম্পাদনা কৰক
Interface adminship (February, 2019) সম্পাদনা কৰকPlease do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে। অসমীয়া ৱিকিপিডিয়াৰ কোনো ইণ্টাৰফেইচ প্ৰশাসক নথকাৰ বাবে কাৰিকৰী কামসমূহ কৰিবলৈ মই স্থায়ী ইণ্টাৰফেইচ প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। অসমীয়া ৱিকিপিডিয়াত এজন সদস্য আৰু প্ৰশাসক হিচাপে মই সাধ্য অনুসাৰে বৰঙণি আগবঢ়াই আহিছোঁ। মই ভাবোঁ ইণ্টাৰফেইচৰ কাম-কাজবোৰ কোন অসুবিধা নোহোৱাকৈ মই আগবঢ়াই নিব পাৰিম। — গীতাৰ্থ বৰদলৈ (talk) 10:04, 9 February 2019 (ইউ.টি.চি.) As there is no Interface admin in Assamese wikipedia, I would like to nominate myself for Interface adminship on permanent basis to perform some regular and necessary technical tasks. I've been contributing to Assamese wikipedia as general user and sysop to the best of my capacity for the past few years and I believe I'll be able to handle the interface part. — গীতাৰ্থ বৰদলৈ (talk) 10:04, 9 February 2019 (ইউ.টি.চি.) হয় Yes সম্পাদনা কৰক
নহয় No সম্পাদনা কৰকমন্তব্য Comment সম্পাদনা কৰকইণ্টাৰফেইচ প্ৰশাসকৰ অধিকাৰ লাভ কৰিছোঁ। আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 11:04, 10 February 2019 (ইউ.টি.চি.) Sysop and Interface adminship (May, 2019) সম্পাদনা কৰকPlease do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে। অসমীয়া ৱিকিপিডিয়া কাৰিকৰী কামসমূহ কৰিবলৈ মই স্থায়ী প্ৰশাসক আৰু ইণ্টাৰফেইচ প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। অসমীয়া ৱিকিপিডিয়াত এজন সদস্য আৰু প্ৰশাসক হিচাপে মই সাধ্য অনুসাৰে বৰঙণি আগবঢ়াই আহিছোঁ। মই ভাবোঁ প্ৰশাসক হিচাপে কাম-কাজবোৰ কোনো অসুবিধা নোহোৱাকৈ মই আগবঢ়াই নিব পাৰিম। দিব্য দত্ত (বাৰ্তা) 17:22, 17 মে' 2019 (ইউ.টি.চি.) As there are only a few active sysop and Interface admin in Assamese wikipedia, I would like to nominate myself for Sysop and Interface adminship on permanent basis to perform some regular and necessary technical tasks. I've been contributing to Assamese wikipedia as general user to the best of my capacity for the past few years and I believe I'll be able to handle this part. দিব্য দত্ত (বাৰ্তা) 17:22, 17 মে' 2019 (ইউ.টি.চি.) হয় Yes সম্পাদনা কৰক
নহয় No সম্পাদনা কৰকমন্তব্য Comment সম্পাদনা কৰকUser:দিব্য দত্ত's contribution to the Assamese wiki projects is immense in recent times and he has the skills to carry out the tasks of Sysop and Interface admin. Currently one admin of Assamese wikipedia is inactive and another is active on and off. — গীতাৰ্থ বৰদলৈ (talk) 17:57, 18 মে' 2019 (ইউ.টি.চি.)
Sysop and Interface adminship (Aug, 2022) সম্পাদনা কৰকPlease do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে। উল্লেখনীয় যে, অসমীয়া ৱিকিপিডিয়াৰ বৰ্তমানৰ সক্ৰিয়তা পূৰ্ব্বতকৈ বাঢ়ি যোৱাৰ বিপৰীতে প্ৰশাসক সকলৰ প্ৰয়োজনীয় সক্ৰিয়তাৰ অভাৱ দেখা গৈছে। বৰ্তমানৰ প্ৰশাসক সকল বিভিন্ন ক্ষেত্ৰত ব্যক্তিগতভাৱে জড়িত থকা বাবে প্ৰয়োজনীয় সক্ৰিয়তাৰ বাবে প্ৰশাসকৰ সংখ্যা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। সেয়েহে মই ব্যক্তিগতভাৱে নতুন এজন প্ৰশাসকৰ বাবে সক্ৰিয় আৰু কাৰিকৰী দিশেৰে পটু সদস্য চন্দন চিৰিং ফুকন আৰু চাণক্য কুমাৰ দাসৰ নামটো প্ৰস্তাৱ হিচাপে আগবঢ়ালোঁ। -Nayan j Nath (বাৰ্তা) 17:00, 21 June 2022 (ইউ.টি.চি.) সমৰ্থন সম্পাদনা কৰক
মন্তব্য সম্পাদনা কৰক
|