৮ নৱেম্বৰ
তাৰিখ
৮ নৱেম্বৰ (ইংৰাজী: 8 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১২ তম (অধিবৰ্ষত ৩১৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা ৫৩ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৮৯৫ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ৰ’য়েণ্টজেন-এ ৰঞ্জন ৰশ্মি বা এক্স-ৰে’ আৱিষ্কাৰ কৰে।[1]
- ১৭৯৩ চনৰ আজিৰ দিনটোত পেৰিছত লুভেৰ যাদুঘৰ মুকলি কৰা হয়।[1]
জন্মসম্পাদনা কৰক
- ১৬৫৬ চনৰ আজিৰ দিনটোত ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানী এডমাণ্ড হেলীৰ জন্ম হৈছিল।[1]
- ১৯০৮ চনৰ আজিৰ দিনটোত সাহিত্যিক ৰাজা ৰাওৰ জন্ম হৈছিল।[1]
মৃত্যুসম্পাদনা কৰক
দিৱসসম্পাদনা কৰক
তথ্যসূত্ৰসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৮ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |