৩ নৱেম্বৰ
তাৰিখ
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২৩ |
৩ নৱেম্বৰ (ইংৰাজী: 3 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৭তম (অধিবৰ্ষত ৩০৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী সম্পাদনা কৰক
- ১৯৫৭ - স্পুটনিক-২ উপগ্ৰহৰে পৃথিৱীৰ প্ৰথম জীৱ মহাকাশলৈ প্ৰেৰণ কৰা হয়। [1]
জন্ম সম্পাদনা কৰক
- ১৮৮৫ - কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু অধিবক্তা।[1]
- ১৯৩৩ - অমৰ্ত্য সেন, নোবেল বঁটা বিজয়ী ভাৰতীয় অৰ্থনীতিবিদ।[1]
- ১৯৩৫ - প্ৰণিতা তালুকদাৰ, ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী।
- ১৯৩৬ - ছবিলাল উপাধ্যায়, সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপ্ত অসমীয়া শিক্ষক, সাহিত্যিক।
- ১৯৬৯ - আশ্ৰাফুল হক, ভাৰতীয় অভিনেতা।
- ১৯৮৪ - উষা যাদৱ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৫ - মোনালী ঠাকুৰ, ভাৰতীয় সংগীত শিল্পী আৰু অভিনেত্ৰী।
মৃত্যু সম্পাদনা কৰক
- ১৯৪৭ - সোমনাথ শৰ্মা, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
- ১৯৭৫ - ছৈয়দ নজৰুল ইছলাম, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ২০১২ - কৈলাশপতি মিশ্ৰ, ভাৰতীয় ৰাজনৈতিক নেতা।
- ২০১৪ - সদাশিৱ অমৰপুৰকাৰ, ভাৰতীয় অভিনেতা।
দিৱস সম্পাদনা কৰক
তথ্যসূত্ৰ সম্পাদনা কৰক
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |