১৩ নৱেম্বৰ
তাৰিখ
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২৩ |
১৩ নৱেম্বৰ (ইংৰাজী: 13 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৭তম (অধিবৰ্ষত ৩১৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলীসম্পাদনা কৰক
- ১৯৩১ - ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়। নোবেল বঁটা লাভ কৰা এৱেঁই প্ৰথম ভাৰতীয়।
জন্মসম্পাদনা কৰক
- ১৮৩১ - জেমছ ক্লাৰ্ক মেক্সৱেল, স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী।
- ১৯২৩ - উপেন্দ্ৰ নাথ গোস্বামী, সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক।
মৃত্যুসম্পাদনা কৰক
- ১৯৪৭ - নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ প্ৰাতঃস্মৰণীয় ব্যক্তি।
- ১৯৯৮ - সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা, যশস্বী কবি, সাহিত্যিক। তেখেতে ১৯৭৬ চনৰ অসম সাহিত্য সভাৰ টিহু অধিবেশনত সভাপতিত্ব কৰিছিল।
- ২০০০ - উপেন্দ্ৰনাথ গোস্বামী, সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক।
- ২০০৭ - ড॰ চন্দ্ৰধৰ চমুৱা, নাট্যকাৰ সাহিত্যিক।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৩ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |