২৩ নৱেম্বৰ
তাৰিখ
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২৩ |
২৩ নৱেম্বৰ (ইংৰাজী: 23 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২৭তম (অধিবৰ্ষত ৩২৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলীসম্পাদনা কৰক
- ১৯৯০ চনত দিল্লীত কমনৱেলথ শীৰ্ষ সন্মিলন আৰম্ভ।
- ১৯৯১ চনত দক্ষিণ পূব এছিয়াৰ দেশ কাস্পুচিয়াৰ নাম সলনি কৰি কম্বোডিয়া।
- ১৯৯৭ চনত মিছ ইণ্ডিয়া ডায়েনা হেইডেনৰ মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন।
- ১৯৯৭ চনত প্ৰসাৰ ভাৰতী গঠন কৰা হয়। ভাৰতৰ ৰাজ্যিক মালিকানাধীন ৰাজহুৱা সম্প্ৰচাৰক, মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ই হৈছে ভাৰতীয় সংসদৰ এক আইনৰ দ্বাৰা স্থাপিত এক বিধিগত স্বায়ত্তশাসিত সংস্থা আৰু ইয়াত টেলিভিছন নেটৱৰ্ক আৰু অল ইণ্ডিয়া ৰেডিঅ' অন্তৰ্ভুক্ত আছে, যিবোৰ আগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মিডিয়া গোট আছিল। ভাৰতৰ সংসদে ১৯৯০ চনতে এই স্বায়ত্তশাসন প্ৰদান কৰিবলৈ প্ৰসাৰ ভাৰতী আইন গৃহীত কৰিছিল, কিন্তু ১৫ ছেপ্টেম্বৰ ১৯৯৭ লৈকে ইয়াক প্ৰণয়ন কৰা হোৱা নাছিল।
- ১৯৯৯ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ মিলেনিয়াম ৰাষ্ট্ৰীয় বঁটা ঘোষণা।
জন্মসম্পাদনা কৰক
- ১৮০৪ চনত আমেৰিকাৰ ১৪ সংখ্যক ৰাষ্ট্ৰপতি ফ্ৰেঙ্কলিন পিয়েৰছৰ জন্ম।
- ১৯২৬ চনত ধৰ্মীয় গুৰু সত্যসাই বাবাৰ জন্ম।
- ১৯৩০ - গীতা দত্ত জন্মগত নাম গীতা ঘোষ ৰায়চৌধুৰী, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ১৯৩৩ চনত কথা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহৰ জন্ম।
- ১৯৫৭ - উইলিয়াম কেলিন জুনিয়ৰ, হাৰ্ভাড বিশ্ববিদ্যালয় আৰু ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত মেডিচিন বিভাগৰ অধ্যাপক।
- ২৯৬২ - ঔম বিৰলা, ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ১৭তম লোকসভাৰ অধ্যক্ষ।
মৃত্যুসম্পাদনা কৰক
- ১৯৩৭ চনত ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ মৃত্যু।
- ১৯৮২ চনত সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্যু।
- ২০২০ - অসমৰ সবাতোকৈ দীৰ্ঘকালীন মুখ্যমন্ত্ৰী (২০০১-২০১৬) তৰুণ গগৈৰ মৃত্যু।
দিৱসসম্পাদনা কৰক
- শ্ৰমিকক ধন্যবাদ জ্ঞাপন দিৱস (জাপান)।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৩ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |