২ নৱেম্বৰ (ইংৰাজী2 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৬ তম (অধিবৰ্ষত ৩০৭ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা ৫৯ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজীসম্পাদনা কৰক

  1. ১৯৫৩ চনৰ আজিৰ দিনটোতে পাকিস্তান ইছলামিক গণতন্ত্ৰত পৰিণত হয়। [1]
  1. ১৯৮৭ চনৰ আজিৰ দিনটোত কাঠমাণ্ডুত ’ছাৰ্ক’ শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়।[1]

জন্মসম্পাদনা কৰক

  1. ১৫৩৪ চনৰ আজিৰ দিনটোত চতুৰ্থ শিখ গুৰু ৰামদাসৰ জন্ম হৈছিল।[1]
  2. ১৯৬৫ চনৰ আজিৰ দিনটোত ভাৰতীয় অভিনেতা শ্বাহৰুখ খানৰ জন্ম হৈছিল।[1]

মৃত্যুসম্পাদনা কৰক

দিৱসসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক