২৭ নৱেম্বৰ
তাৰিখ
২৭ নৱেম্বৰ (ইংৰাজী: 27 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩১ তম (অধিবৰ্ষত ৩৩২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলীসম্পাদনা কৰক
- ১৮৯৫ - আলফেড নোবেলে উইল ৰচনা কৰে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।
- ২০০১ - ঘনকান্ত বৰবায়ন আৰু গিৰিশ চৌধুৰীলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা কৰা হয়।
- ২০০৪ - গুৱহাটীত শিৱপ্ৰসাদ বৰুৱাক কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।
জন্মসম্পাদনা কৰক
- ১৭০১ - এণ্ডাৰছ চেলছিয়া, ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক।
- ১৯০৭ - হৰিবংশ ৰায় বচ্চন, হিন্দী কবি।
- ১৯৩৯ - বেণু মিশ্ৰ, শিল্পী।
- ১৯৪০ - ব্ৰুছ লী, বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা সমৰ কলাবিদ, প্ৰশিক্ষক, সমৰ কলা চলচ্চিত্ৰ অভিনেতা।
- ১৯৪১ - ভবেন বৰুৱা,কবি।
মৃত্যুসম্পাদনা কৰক
- ১৯৫৩ - ইউজিন অ’ নীল, নোবেল বঁটা বিজয়ী আমেৰিকান নাট্যকাৰ।
- ২০০৮ - বিশ্বনাথ প্ৰতাপ সিং, এজন ভাৰতীয় ৰাজনীতিবিদ তথা অষ্টম প্ৰধানমন্ত্ৰী। (জন্ম: ২৫ জুন, ১৯৩১)
দিৱসসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৭ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা