৯ নৱেম্বৰ
তাৰিখ
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৪ |
৯ নৱেম্বৰ (ইংৰাজী: 9 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৩তম (অধিবৰ্ষত ৩১৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- আজি ন্যায় সেৱা দিৱস।
- ১৯৫৩ কম্বোডিয়াৰ ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ।
- ১৯৯৮ চনৰ আজিৰ দিনটোত গুৱাহাটীত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ মুকলি কৰা হয়।[1]
- ২০০০ চনৰ আজিৰ দিনটোত "উত্তৰাখণ্ড" ৰাজ্য গঠন কৰা হয়।[1]
- ২০২২ চনৰ আজিৰ দিনটোতে শ্ৰীযুত ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে ভাৰতবৰ্ষৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে ।
জন্ম
সম্পাদনা কৰক- ১৮৭৭ - মহম্মদ ইকবাল, উৰ্দু কবি।[1]
- ১৯৩৪ - কাৰ্ল চাগান, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।
- ১৯৩৯ - অজয় ঘটক, ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞান বিষয়ক পাঠ্যপুথিৰ ৰচক।
- ১৯৫৭ - উদয় উমেশ ললিত, ভাৰতৰ ৪৯তম মুখ্য ন্যায়াধীশ।
মৃত্যু
সম্পাদনা কৰক- ১৮৮৩ - মাইলছ ব্ৰনছন , প্ৰথম অসমীয়া " অসমীয়া-ইংৰাজী" অভিধান ৰচয়িতা।
- ১৯৬২ - ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক।
- ২০০৩ - পুষ্পলতা দাস , এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী।
- ২০০৫ - কে আৰ নাৰায়ণন, ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি।
দিৱস
সম্পাদনা কৰক- পতাকা দিৱস (আজেৰবাইজান)।
তথ্যসূত্ৰ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৯ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |