৯ নৱেম্বৰ
তাৰিখ
৯ নৱেম্বৰ (ইংৰাজী: 9 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১৩ তম (অধিবৰ্ষত ৩১৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা ৫২ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজিসম্পাদনা কৰক
- ১৯৯৮ চনৰ আজিৰ দিনটোত গুৱাহাটীত শংকৰদেৱ কলাক্ষেত্ৰ মুকলি কৰা হয়।[1]
- ২০০০ চনৰ আজিৰ দিনটোত উত্তৰাঞ্চল ৰাজ্য গঠন হয়।[1]
জন্মসম্পাদনা কৰক
- ১৮৭৭ চনৰ আজিৰ দিনটোত উৰ্দু কবি মহম্মদ ইকবালৰ জন্ম হৈছিল।[1]
মৃত্যুসম্পাদনা কৰক
দিৱসসম্পাদনা কৰক
তথ্যসূত্ৰসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৯ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |