বেদ

ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ “ বেদ-সংহিতা”

বেদ (সংস্কৃত: वेद) হৈছে হিন্দুধৰ্মৰ সৱাতোতকৈ পুৰণি ধৰ্ম গ্ৰন্থ। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান, ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহ অপৌৰুষেয়, ইয়াৰ কোনো ৰচক নাই। পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল।[1][2] চাৰিখন বেদৰ নাম হৈছে ঋকবেদ, যজুৰবেদ, সামবেদ আৰু অথৰ্ববেদ[3][4] ইয়াৰ ভিতৰত ভিতৰত সকলোতকৈ পুৰণি বেদখন হ'ল ঋকবেদ। প্ৰতিখন বেদকেই সংহিতা (মন্ত্ৰ আৰু প্ৰাৰ্থনা), ব্ৰাহ্মণ (উৎসৱ, পূজাবিধি আৰু উছৰ্গাৰ নিয়ম), আৰণ্যক আৰু উপনিষদ (ধ্যান, দৰ্শন আৰু আধ্যাত্মিক জ্ঞান)-ত ভাগ কৰা হৈছে।[3][5][6] কিছুমান পণ্ডিতে উপাসনা নামৰ এটা পঞ্চম শ্ৰেণীও যোগ দিছে।[7][8]

হিন্দু ধৰ্ম
হিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

বেদক শ্ৰুতি বুলিও জনা যায়,[9] যিয়ে বেদক স্মৃতি নামৰ আন ধৰ্মগ্ৰন্থৰ পৰা পৃথক কৰে। নৈষ্ঠিক ভাৰতীয় ধৰ্মতাত্ত্বিকসকলে বেদ প্ৰাচীন ঋষিসকলৰ গভীৰ সাধনাৰ ফল বুলি অভিহিত কৰে আৰু এই পাঠসমূহ প্ৰাচীন সময়ৰ পৰা খুব সাবধানেৰে সংৰক্ষণ কৰি অহা হৈছে।[10][11] হিন্দু মহাকাব্য মহাভাৰতৰ মতে বেদৰ ৰচয়িতা হৈছে ব্ৰহ্মা[12] বৈদিক মন্ত্ৰসমূহত সেইসমূহ ঋষিসকলৰ দ্বাৰা খুব পাৰদৰ্শিতাৰে ৰচনা কৰা বুলি কোৱা হৈছে।[11][note 1]

ব্যুৎপত্তি সম্পাদনা কৰক

সংস্কৃত শব্দ বেদৰ অৰ্থ হৈছে জ্ঞান[14] বেদ শব্দটো 'বিদ' ধাতুৰ পৰা আহিছে যাৰ অৰ্থ হৈছে 'জানিবলৈ'। বেদ শব্দটো কিছু ক্ষেত্ৰত যেনে ঋকবেদৰ ১০৯৩১১ নং মন্ত্ৰত সম্পত্তি লাভ কৰা বুজাইছে।[15] আকৌ আন ক’ৰবাত ঝাৰু বা আন দৈৱোপচাৰৰ বাবে প্ৰয়োজনীয় ঘাঁহৰ মুঠিক নিৰ্দেশ কৰিছে।[16]

সময়ৰেখা সম্পাদনা কৰক

বেদসমূহ সবাতোকৈ পুৰণি পবিত্ৰ গ্ৰন্থসমূহৰ অন্তৰ্ভুক্ত।[17][18] সংহিতাসমূহ প্ৰায় ১৭০০-১১০০ খ্ৰীষ্টপূৰ্বৰ।

টোকা সম্পাদনা কৰক

  1. "As a skilled craftsman makes a car, a singer I, Mighty One! this hymn for thee have fashioned. If thou, O Agni, God, accept it gladly, may we obtain thereby the heavenly Waters". – Rigveda 5.2.11, Translated by Ralph T.H. Griffith[13]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Holdrege, Barbara A. (2012) (en ভাষাত). Veda and Torah: Transcending the Textuality of Scripture. SUNY Press. পৃষ্ঠা. 249, 250. ISBN 9781438406954. 
  2. Dalal, Roshen (2014-04-15) (en ভাষাত). The Vedas: An Introduction to Hinduism's Sacred Texts. Penguin UK. ISBN 9788184757637. https://books.google.com/?id=UCEoAwAAQBAJ&pg=PT16&dq=vyasa+veda+samhita#v=onepage&q=vyasa%20veda%20samhita&f=false. 
  3. 3.0 3.1 Gavin Flood (1996), An Introduction to Hinduism, Cambridge University Press, আই.এচ.বি.এন. 978-0521438780, pp. 35–39
  4. Bloomfield, M. The Atharvaveda and the Gopatha-Brahmana, (Grundriss der Indo-Arischen Philologie und Altertumskunde II.1.b.) Strassburg 1899; Gonda, J. A history of Indian literature: I.1 Vedic literature (Samhitas and Brahmanas); I.2 The Ritual Sutras. Wiesbaden 1975, 1977
  5. A Bhattacharya (2006), Hindu Dharma: Introduction to Scriptures and Theology, আই.এচ.বি.এন. 978-0595384556, pp. 8–14; George M. Williams (2003), Handbook of Hindu Mythology, Oxford University Press, আই.এচ.বি.এন. 978-0195332612, p. 285
  6. Jan Gonda (1975), Vedic Literature: (Saṃhitās and Brāhmaṇas), Otto Harrassowitz Verlag, আই.এচ.বি.এন. 978-3447016032
  7. A Bhattacharya (2006), Hindu Dharma: Introduction to Scriptures and Theology, আই.এচ.বি.এন. 978-0595384556, pp. 8–14
  8. Barbara A. Holdrege (1995), Veda and Torah: Transcending the Textuality of Scripture, State University of New York Press, আই.এচ.বি.এন. 978-0791416402, pp. 351–357
  9. Apte 1965, পৃষ্ঠা 887
  10. Sheldon Pollock (2011), Boundaries, Dynamics and Construction of Traditions in South Asia (Editor: Federico Squarcini), Anthem, আই.এচ.বি.এন. 978-0857284303, pp. 41–58
  11. 11.0 11.1 Hartmut Scharfe (2002), Handbook of Oriental Studies, Brill Academic, আই.এচ.বি.এন. 978-9004125568, pp. 13–14
  12. Seer of the Fifth Veda: Kr̥ṣṇa Dvaipāyana Vyāsa in the Mahābhārata Bruce M. Sullivan, Motilal Banarsidass, pp. 85–86
  13. "The Rig Veda/Mandala 5/Hymn 2". https://en.wikisource.org/wiki/The_Rig_Veda/Mandala_5/Hymn_2. 
  14. Monier-Williams, Monier (1899). A Sanskrit-English dictionary : etymologically and philologically arranged with special reference to cognate Indo-European languages. Oxford: Clarendon Press. , p. 1015
  15. Monier-Williams, Monier (1899). A Sanskrit-English dictionary : etymologically and philologically arranged with special reference to cognate Indo-European languages. Oxford: Clarendon Press. , p. 1017 (2nd Column)
  16. Monier-Williams, Monier (1899). A Sanskrit-English dictionary : etymologically and philologically arranged with special reference to cognate Indo-European languages. Oxford: Clarendon Press. , p. 1017 (3rd Column)
  17. Sagarika Dutt (2006). India in a Globalized World. Manchester University Press. পৃষ্ঠা. 36. ISBN 978-1-84779-607-3. https://books.google.com/books?id=I4zaCQAAQBAJ. 
  18. Gabriel J. Gomes (2012). Discovering World Religions. iUniverse. পৃষ্ঠা. 54. ISBN 978-1-4697-1037-2. https://books.google.com/books?id=NpnZgzMKiS8C.