১০ নৱেম্বৰ
তাৰিখ
(নৱেম্বৰ ১০ৰ পৰা পুনঃনিৰ্দেশিত)
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৪ |
১০ নৱেম্বৰ (ইংৰাজী: 10 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৪তম (অধিবৰ্ষত ৩১৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৬৫৯ – প্ৰতাপগড়ৰ যুদ্ধত মাৰাঠা ৰজা চত্ৰপতি শিৱাজী মহাৰাজে আফজল খান, আদিলশাহীক হত্যা কৰে।
- ১৯১৩ - গীতাঞ্জলি (কাব্যগ্ৰন্থ)ৰ বাবে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰলৈ সাহিত্যৰ নোবেল পুৰস্কাৰ ঘোষণা কৰা হয়।
- ১৯৯০ - চন্দ্ৰ শেখৰে সমাজবাদী জনতা পাৰ্টি গঠন কৰি কংগ্ৰেছৰ সমৰ্থনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শপত লয়।
- ১৯৭০ - ৰাছিয়াৰ লুনা-১৭ নামৰ মহাকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰে। উল্লেখযোগ্য যে এই যানৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰৰ মাটিত স্বয়ংচালিত চন্দ্ৰ ভ্ৰমণকাৰী যান লুনাখেদ-১ স্থাপন কৰে।
জন্ম
সম্পাদনা কৰক- ১৪৮৩ - মাৰ্টিন লুথাৰ, সংস্কাৰকামী আন্দোলনৰ নেতা তথা ধৰ্মীয় সংস্কাৰক।
- ১৬৯৫ - জন বেৱিছ, ইংৰাজ জ্যোতি বিজ্ঞানী।
- ১৬৯৭ - উইলিয়াম হগাৰ্থ, ইংৰাজ চিত্ৰশিল্পী আৰু ভাস্কৰ।
- ১৮৪৮ - সুৰেন্দ্ৰনাথ বেনাৰ্জি, ভাৰতীয় ৰাজনীতিক।
- ১৯০৮ - বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ শিক্ষাবিদ।
- ২০০১ - ৰিয়ান পৰাগ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
মৃত্যু
সম্পাদনা কৰক- ১৯২৮ - অনিতা বাৰবাৰ, জাৰ্মান নৃত্যশিল্পী।
- ১৯৯৪ - কুভেম্পু, ভাৰতীয় সাহিত্যিক।
- কামাল পাছাৰ, আধুনিক তুৰস্কৰ প্ৰতিষ্ঠাতা তথা দক্ষ যোদ্ধা।
দিৱস
সম্পাদনা কৰক- বিশ্ব কেৰাট’কনাছ দিৱস
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১০ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |