১৪ মাৰ্চ
তাৰিখ
(মাৰ্চ ১৪ৰ পৰা পুনঃনিৰ্দেশিত)
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
১৪ মাৰ্চ (ইংৰাজী: 14 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৩ তম (অধিবৰ্ষত ৭৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰক- ১৮৭৯ - এলবাৰ্ট আইনষ্টাইন, ন’বেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থ বিজ্ঞানী।
- ১৯৩৪ - আল্পনা বন্দোপাধ্যায়, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৩৪ - এলি আহমেদ, ভাৰতীয় লেখিকা, চিত্ৰনাট্যকাৰ, নিৰ্দেশক, গীতিকাৰ, কষ্টিউম ডিজাইনাৰ, অভিনেত্ৰী আৰু সমাজ কৰ্মী।
- ১৯৪৯ - ফৰিদা জালাল, ভাৰতীয় অভিনেত্ৰী।
- ১৯৫৬ - ইন্দু মলহোত্ৰা, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ।
- ১৯৬৫ - আমিৰ খান, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
- ১৯৬৭ - মাইকেল ফিংক, আমেৰিকান মহাকাশচাৰী।
- ১৯৭২ - ইৰম চানু শৰ্মীলা, ভাৰতীয় মানৱ অধিকাৰ কৰ্মী। “মণিপুৰৰ লৌহ নাৰী” হিচাপে পৰিচিত।
মৃত্যু
সম্পাদনা কৰক- ১৮৮৩ - কাৰ্ল মাৰ্ক্স, জাৰ্মান সমাজ বিজ্ঞানী আৰু মাৰ্ক্সবাদৰ প্ৰবক্তা।
- ১৮৯৯ - হেৰ্মান ষ্টাইণ্টল, জাৰ্মান ভাষাতাত্ত্বিক আৰু দাৰ্শনিক।
- ১৯৯৫ - উইলিয়াম আলফ্ৰেড ফোলাৰ, ন’বেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
- ২০১০ - বীৰেশ্বৰ বৰুৱা, অসমীয়া কবি আৰু সমালোচক।
- ২০১৮ - ষ্টিফেন হকিং, ইংৰাজ জ্যোতিৰ্বিজ্ঞানী, এ' ব্ৰিফ হিষ্ট্ৰি অৱ্ টাইমৰ ৰচক।
- ২০২২ - মীনা স্বামীনাথন, ভাৰতীয় শিক্ষাবিদ।
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৪ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |