৮ জুলাই

তাৰিখ
(০৮ জুলাইৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৮ জুলাই (ইংৰাজী: 8 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৯তম (অধিবৰ্ষত ১৯০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৬টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

  • ১৮৮৯ - বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্ৰ ‘ৱাল ষ্ট্ৰীল জাৰ্নেল’ প্ৰকাশিত হয়।
  • ১৯৫৪ - বিশ্বৰ সৰ্বববৃহৎ কৃত্ৰিম বান্ধ তথা পঞ্জাবৰ ভাংক্ৰা নাংগল জলবিদ্যুৎ প্ৰকল্প তৎকালীন ভাৱে মুকলি হয়।
  • ১৯৯০ - সৌৰশক্তিৰে চালিত প্ৰথমখন বিমান ‘‘ছানছিকাৰ’’এ প্ৰথমটো উৰণ সম্পন্ন কৰিছিল। বিমানখন নিৰ্মাণ কৰা হৈছিল কেলিফ’ৰ্ণিয়াত আৰু ইয়াৰ ওজন আছিল ৩ কুইণ্টল ৮০কিঃগ্ৰাঃ।
  • ২০০৩ - ছুডানত সংঘটিত এক ভয়াবহ বিমান দুৰ্ঘটনাত প্ৰায় ১১৬জন যাত্ৰী নিহত হয়।
  • ২০০৪ - কেন্দ্ৰত পুনৰ ইউপিএ চৰকাৰে ক্ষমতা লাভ কৰাৰ পিছত প্ৰথমবাৰ কেন্দ্ৰীয় সাধাৰণ বাজেট উত্থাপন কৰে।
  • ২০১১ - পাকিস্তানী তালিবাণীক নিষিদ্ধ ঘোষণা কৰিলে কানাডাই।
  • ২০১২ - ইণ্ডিয়ান মুজাহিদীনক ইংলেণ্ডে নিষিদ্ধ ঘোষণা কৰে।
  • ২০১২ - অসমৰ ভয়াবহ বানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অসমলৈ ২২৮৩.১৪ কোটি টকা বান সাহায্য প্ৰদান কৰে।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৬৯৫ - খ্ৰীষ্টিয়ান হাইজেন্স, নেদাৰলেণ্ডছৰ গণিতজ্ঞ, পদাৰ্থবিদ। হাইজেন্সে ১৬৫৭ চনত প্ৰথম পেণ্ডুলাম ঘড়ী সাজি উলিয়ায়।
  • ১৮২২ - শ্বেলী, ৰোমাণ্টিক কবি।
  • ১৯০৬ - গোপালেৰ মা, শ্ৰীৰামকৃষ্ণ পৰমহংসৰ ভক্ত।
  • ১৯৮২ - সৰলা বেন, ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী।
  • ২০০৬ - ঈশান বৰুৱা, বিশিষ্ট অভিনেতা শিল্পী তথা আবৃত্তিকাৰ।
  • ২০০৭ - চন্দ্ৰশেখৰ, ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। এখেত ভাৰতবৰ্ষৰ নৱম গৰাকী প্ৰধানমন্ত্ৰী আছিল। ১০ নৱেম্বৰ ১৯৯০ তাৰিখৰ পৰা ২১ জুন ১৯৯১ তাৰিখলৈ তেখেতে প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিবাহ কৰিছিল।
  • ২০১৬ - নুৰুল হক, অসমীয়া প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক।
  • ২০২০ - জগদীপ, ভাৰতীয় অভিনেতা।
  • ২০২২ - শ্বিঞ্জ’ আবে, জাপানৰ ৰাজনীতিবিদ।

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক