১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২৯ এপ্ৰিল (ইংৰাজী: 29 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৯তম (অধিবৰ্ষত ১২০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৬টা দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

জন্মসম্পাদনা কৰক

  • ১৮৪৮ - ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। (মৃত্যু: ২ অক্টোবৰ, ১৯০৬)
  • ১৯৩৬ - জুবিন মেহতা, প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ শাস্ত্ৰীয় সঙ্গীতৰ ভাৰতীয় পৰিচালক।
  • ১৯৭০ - এন্দ্ৰে আগাচী, আমেৰিকান টেনিছ খেলুৱৈ।

মৃত্যুসম্পাদনা কৰক

  • ২০২০: ভাৰতীয় অভিনেতা ইৰফান খানৰ ৫৩ বছৰ বয়সত মৃত্যু হয়।[1] (জন্ম: ৭ জানুৱাৰী, ১৯৬৭)
  • ২০২০: ভাৰতীয় মুক্তি যুঁজাৰু, সমাজ সৱিকা, গান্ধিবাদী কৰ্মী হেম ভৰালীৰ ১০১ বছৰ বয়সত মৃত্যু হয়।[2]

দিৱসসম্পাদনা কৰক

  • আন্তৰ্জাতিক নৃত্য দিৱস।

তথ্য সংগ্ৰহসম্পাদনা কৰক


বাহ্যিক সংযোগসম্পাদনা কৰক