২৯ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
২৯ এপ্ৰিল (ইংৰাজী: 29 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৯তম (অধিবৰ্ষত ১২০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৬টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰক- ১৮৪৮ - ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। (মৃত্যু: ২ অক্টোবৰ, ১৯০৬)
- ১৯২৪ - অৰুন্ধতী দেৱী, ভাৰতীয় অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু কণ্ঠশিল্পী।
- ১৯৩৬ - জুবিন মেহতা, প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ শাস্ত্ৰীয় সঙ্গীতৰ ভাৰতীয় পৰিচালক।
- ১৯৬৫ - জ্যোতিৰেখা হাজৰিকা, অসমীয়া সাহিত্যিক।
- ১৯৭০ - আন্দ্ৰে আগাছী, আমেৰিকান টেনিছ খেলুৱৈ।
মৃত্যু
সম্পাদনা কৰক- ১৯৮০ - আলফ্ৰেড হিচকক, ইংৰাজ চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক।
- ২০১৯ - তুলিকা শইকীয়া, অসমীয়া সাহিত্যিক।
- ২০২০ - ইৰফান খান, ভাৰতীয় অভিনেতা।[1] (জন্ম: ৭ জানুৱাৰী, ১৯৬৭)
- ২০২০ - হেম ভৰালী, ভাৰতীয় মুক্তি যুঁজাৰু, সমাজ সৱিকা, গান্ধিবাদী কৰ্মী।[2]
দিৱস
সম্পাদনা কৰক- আন্তৰ্জাতিক নৃত্য দিৱস।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Irrfan Khan, actor extraordinaire and India's face in the West, dies at 53" (en ভাষাত). Hindustan Times. 29 April 2020. https://www.hindustantimes.com/bollywood/irrfan-khan-dies-at-53/story-Hd8s2xZ6uNeqDjgV0sl7zI.html। আহৰণ কৰা হৈছে: 29 April 2020.
- ↑ "বৰ্ষীয়ান গান্ধীবাদী, মুক্তিযোদ্ধা, পদ্মশ্ৰী হেম ভৰালীৰ দেহাৱসান". ৩০ এপ্ৰিল ২০২০. https://assam.news18.com/news/assam/freedom-fighter-hem-bharali-passed-away-56415.html। আহৰণ কৰা হৈছে: ৩০ এপ্ৰিল ২০২০.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৯ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |