৫ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
৫ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৫তম (অধিবৰ্ষত ৯৬তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭০ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী
সম্পাদনা কৰক- ১৭৫৩ - বৃটিশ যাদুঘৰ প্ৰতিষ্ঠা কৰা হয়।
- ১৮৯৯ - দক্ষিণ আফ্ৰিকাই ইংলেণ্ডৰ লগত ৩৫ ৰাণত অল আউট হয়।
- ১৯৪৪ - সুভাষচন্দ্ৰ বসুই ৰেঙ্গুনত আজাদ হিন্দ ব্যাঙ্ক স্থাপন কৰে।
- ১৯৪৮ - ভাৰতৰ মুখ্য ন্যায়াধীশ হৰিলাল কানিয়াৰ দ্বাৰা অসম উচ্চ ন্যায়ালয় (বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়)ৰ উদ্বোধন।
- ১৯৪৯- ভাৰতত স্কাউট এণ্ড গাইড স্থাপনা কৰা হৈছিল।
- ১৯৫৭ - ভাৰতত কমিউনিষ্ট পাৰ্টিৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত (কেৰালা) জয়লাভ।
- ২০১১ - ভাৰতত জন লোকপাল বিল বলবৎ কৰাৰ দাবীত আন্না হাজাৰেৰ আমৰণ অনশন কাৰ্যসূচীৰ আৰম্ভ।
জন্ম
সম্পাদনা কৰক- ১৯০১ - সৰলা বেন, ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী।
- ১৯০৪ - ৰিচাৰ্ড এবাৰহাৰ্ট, আমেৰিকান কবি।
- ১৯০৮ - জগজীৱন ৰাম, ভাৰতীয় ৰাজনীতিক, ভাৰতত ৪ৰ্থ উপ-প্ৰধান মন্ত্ৰী।
- ১৯২৩ - এম. সাৰদা মেনন, ভাৰতীয় মনোৰোগ বিশেষজ্ঞ।
- ১৯৫৩ - ভূপেন উজীৰ, অসমৰ সংগীতজ্ঞ।
- ১৯৭৪ - ডিকি ডলমা, মাউণ্ট এভাৰেষ্টৰ শীৰ্ষবিন্দু আৰোহণ কৰা সবাতোকৈ কম বয়সৰ ভাৰতীয় নাৰী।
- ১৯৯২ - অতনু দাস, ভাৰতীয় ধনুৰ্বিদ।
- ১৯৯৬ - ৰশ্মিকা মন্দান্না, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯২২ - পণ্ডিতা ৰমাবাঈ, ভাৰতীয় নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী।
- ১৯৯৩ - দিব্যা ভাৰতী, ভাৰতীয় অভিনেত্ৰী।
- ২০০৫ - চল বেলো, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান ঔপন্যাসিক।
- ২০০৭ - লীলা মজুমদাৰ, ভাৰতীয় বাঙালী লেখিকা।
- ২০২১ - হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য, অসমীয়া সাহিত্যিক।
দিৱস
সম্পাদনা কৰক- শিশু দিৱস - পেলেষ্টাইন
তথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৫ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা Archived 2007-03-06 at the Wayback Machine