৫ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৩ |
৫ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৫তম (অধিবৰ্ষত ৯৬তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭০ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলীসম্পাদনা কৰক
- ১৭৫৩ - বৃটিশ যাদুঘৰ প্ৰতিষ্ঠা কৰা হয়।
- ১৮৯৯ - দক্ষিণ আফ্ৰিকাই ইংলেণ্ডৰ লগত ৩৫ ৰাণত অল আউট হয়।
- ১৯৪৪ - সুভাষচন্দ্ৰ বসুই ৰেঙ্গুনত আজাদ হিন্দ ব্যাঙ্ক স্থাপন কৰে।
- ১৯৪৮ - ভাৰতৰ মুখ্য ন্যায়াধীশ হৰিলাল কানিয়াৰ দ্বাৰা অসম উচ্চ ন্যায়ালয় (বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়)ৰ উদ্বোধন।
- ১৯৪৯- ভাৰতত স্কাউট এণ্ড গাইড স্থাপনা কৰা হৈছিল।
- ১৯৫৭ - ভাৰতত কমিউনিষ্ট পাৰ্টিৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত (কেৰালা) জয়লাভ।
- ২০১১ - ভাৰতত জন লোকপাল বিল বলবৎ কৰাৰ দাবীত আন্না হাজাৰেৰ আমৰণ অনশন কাৰ্যসূচীৰ আৰম্ভ।
জন্মসম্পাদনা কৰক
- ১৯০৮ - জগজীৱন ৰাম, ভাৰতীয় ৰাজনীতিক, ভাৰতত ৪ৰ্থ উপ-প্ৰধান মন্ত্ৰী।
- ১৯৫৩ - ভূপেন উজীৰ, অসমৰ সংগীতজ্ঞ।
মৃত্যুসম্পাদনা কৰক
- ১৯৯৩ - দিব্যা ভাৰতী, ভাৰতীয় অভিনেত্ৰী।
- ২০০৫ - চাওল বেলৌ, ন'বেল বঁটা প্ৰাপ্ত কানাডা-আমেৰিকান লেখক।
- ২০০৭ - লীলা মজুমদাৰ, ভাৰতীয় বাঙালী লেখিকা।
দিৱসসম্পাদনা কৰক
- শিশু দিৱস - পেলেষ্টাইন
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৫ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |