৯ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৩ |
০৯ এপ্ৰিল (ইংৰাজী: 09 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯৯তম (অধিবৰ্ষত ১০০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৬টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৬৬৯ - মোগল সম্ৰাট ঔৰংজেৱে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল।
- ১৯১৮ - লাটভিয়া দেশে স্বাধীনতা ঘোষণা কৰে।
- ১৯৪৫ - মাৰ্কিন যুক্তৰাষ্ট্ৰত আণবিক শক্তি কমিছন গঠন কৰা হয়।
- ১৯৬৫ - ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্ত যুদ্ধ আৰম্ভ হৈছিল।
- ২০২০ - ভয়াবহ কৰ'না বেমাৰে ১০০ দিন সম্পূৰ্ণ কৰিছিল।
- ২০২১ - আই পি এল ২০২১ আৰম্ভ।
- ২০২১ - ভিভো আই পি এল ২০২১ৰ প্ৰথম মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে।
জন্মসম্পাদনা কৰক
- ১৮৯৩ - ৰাহুল সাংকৃত্যায়ন, ভাৰতৰ সুপণ্ডিত আৰু স্বনামধন্য পৰ্যটক। (মৃত্যু: ১৪ এপ্ৰিল,১৯৬৩)
- ১৯০১ - পল উইলিয়ামছ, আমেৰিকান অভিনেতা আৰু পৰিচালক।
- ১৯৪৮ - জয়া বচ্চন, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।
মৃত্যুসম্পাদনা কৰক
- ১৬২৬ - ফ্ৰান্সিস বেকন, ইংৰাজ দাৰ্শনিক।
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৯ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |