১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০

০৮ এপ্ৰিল (ইংৰাজী: 08 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯৮তম (অধিবৰ্ষত ৯৯তম) দিন। বছৰ শেষ হ'বলৈ ২৬৭ দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

  • ১৯৫০ - ভাৰত আৰু পাকিস্তানৰ মাজত 'লিয়াকত-নেহৰু' চুক্তি স্বাক্ষৰিত হয়।
  • ১৯৬২ - পাৰস্য উপসাগৰত ব্ৰিটিছ জাহাজত বোমা বিস্ফোৰণ হহৈ প্ৰায় ২৩৬জন নিহত হয়।

জন্মসম্পাদনা কৰক

  • ১৯৩৮ - কফি আন্নান, ঘানাৰ কূটনীতিবিদ আৰু ৰাষ্ট্ৰসংঘৰ সপ্তম মহাসচিব। (মৃ. ২০১৮)

মৃত্যুসম্পাদনা কৰক

১৯৪৭ - হেনৰী ফোৰ্ড, আমেৰিকাৰ ঔদ্যোগপতি।

তথ্য সংগ্ৰহসম্পাদনা কৰক


বাহ্যিক সংযোগসম্পাদনা কৰক