৮ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২২ |
০৮ এপ্ৰিল (ইংৰাজী: 08 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯৮তম (অধিবৰ্ষত ৯৯তম) দিন। বছৰ শেষ হ'বলৈ ২৬৭ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
জন্মসম্পাদনা কৰক
- ১৯৩৮ - কফি আন্নান, ঘানাৰ কূটনীতিবিদ আৰু ৰাষ্ট্ৰসংঘৰ সপ্তম মহাসচিব। (মৃ. ২০১৮)
মৃত্যুসম্পাদনা কৰক
- ১৮৯৪ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, বাঙালী সাহিত্যিক। (জ. ১৮৩৮)।
- ১৯৪৭ - হেনৰী ফোৰ্ড, আমেৰিকাৰ ঔদ্যোগপতি।
- ১৯৭৩ - পাবলো পিকাচো, স্পেনৰ চিত্ৰশিল্পী। (জ. ১৮৮১)
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৮ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |