৪ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৩ |
৪ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৪তম (অধিবৰ্ষত ৯৫তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭১ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাসম্পাদনা কৰক
- ১৯৫৭ - "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি ৰঙা পুলিচৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ।
- ১৯৬০ – ছেনেগালে স্বাধীনতা লাভ কৰে।
- ১৯৮৪ – ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশ অভিযান কৰে। তেখেত প্ৰথম ভাৰতীয় মহাকাশচাৰী। তেখেত আছিল ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ পাইলট। তেখেতে গোটেই বিশ্ব ভ্ৰমণ কৰিছিল।
- ২০১১ - আৰ্মেনিয়াৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০, য়ুৰি গেগেৰিনৰ সন্মানত নামকৰণ।
- ২০১১ - ছয়ুজ টিএমএ-২১ৰ যাত্ৰাক য়ুৰি গেগেৰিনৰ সন্মানত পালন কৰা প্ৰথম মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তীলৈ অৰ্পণ।
- ২০১২ - ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ পঞ্চম বৰ্ষৰ প্ৰথমখন খেল অনুষ্ঠিত।
জন্মসম্পাদনা কৰক
- ১৮৮৯ - মাখনলাল চতুৰ্বেদী, ভাৰতীয় কবি, সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ আৰু সাংবাদিক। (মৃত্যু: ১৯৬৮)
- ১৯৪৯ - পাৰৱীন বাবী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৯ - ষ্টিভেন ফিন, ইংৰাজ ক্ৰিকেটাৰ।
মৃত্যুসম্পাদনা কৰক
- ১৯৬৮ - মাৰ্টিন লুথাৰ কিং, অনুজ, আমেৰিকান পাদ্ৰী। আমেৰিকান কৃষ্ণাঙ্গ নেতা মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত নিহত হয়।
দিৱসসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৪ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |