১৪ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
১৪ এপ্ৰিল (ইংৰাজী: 14 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৪তম (অধিবৰ্ষত ১০৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬১টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৯১২ - RMS টাইটানিক আটলাণ্টিক মহাসাগৰত ডুব গৈছিল।
- ২০১০ - পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাত হোৱা চক্ৰৱাতী ধুমুহাত ১২৩জন মানুহৰ মৃত্যু হয়।
জন্ম
সম্পাদনা কৰক- ১৯১৪ - খুৰশীদ বানো, ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
- ১৯১৯ - শমশাদ বেগম, ভাৰতীয় গায়িকা।
- ১৯১৯ - কে সৰস্বতী আম্মা, ভাৰতীয় লেখিকা।
- ১৯২৮ - নিৰুপমা হাগজেৰ, ভাৰতীয় সমাজকৰ্মী।
- ১৯৪২ - মাৰ্গাৰেট আলভা, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৪৯ - ডলী গুলেৰীয়া, ভাৰতীয় গায়ক।
- ১৯৪৯ - অনুৰাধা কৈৰালা, নেপালৰ সমাজকৰ্মী।
- ১৯৫৭ - কৈলাশাভাদীভু শিৱান, ভাৰতীয় মহাকাশ বিজ্ঞানী।
- ১৯৭২ - কুনাল গাঞ্জাৱালা, ভাৰতীয় গায়ক।
- ১৮৯১ - ভীমৰাও ৰামজী আম্বেদকাৰ, ভাৰতীয় ৰাজনীতিজ্ঞ তথা ভাৰতৰ সংবিধানৰ ৰচক। (মৃত্যু: ৬ ডিচেম্বৰ, ১৯৫৬)
মৃত্যু
সম্পাদনা কৰক- ১৯৬৩ - ৰাহুল সাংকৃত্যায়ন, ভাৰতীয় সুপণ্ডিত আৰু স্বনামধন্য পৰ্যটক। (জন্ম: ৯ এপ্ৰিল, ১৯২৫)
- ১৯৮৫ - প্ৰবীণ ফুকন, অসমীয়া নাট্যকাৰ, চলচ্চিত্ৰ আৰু নাট পৰিচালক, অভিনেতা তথা খেলুৱৈ।
- ২০০৫ - উমাকান্ত শৰ্মা, অসমীয়া সাহিত্যিক।
দিৱস
সম্পাদনা কৰক- আম্বেদকাৰ জয়ন্তী (ভাৰত)
- ক’লা দিৱস (দক্ষিণ কোৰিয়া)
- যুৱ দিৱস (এংগ'লা)