১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২৫ এপ্ৰিল (ইংৰাজী: 25 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৪তম (অধিবৰ্ষত ১১৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫১টা দিন বাকী থাকে। ২৫ এপ্ৰিল দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৫ তম (অধিবৰ্ষত ১১৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্মসম্পাদনা কৰক

  • ১৮৩৫- হেমচন্দ্ৰ বৰুৱা, অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক। (মৃত্যু: ১৮৯৬)
  • ১৯৭০- যতীন বৰা, অসমৰ অভিনেতা।
  • ১৯৮৭- অৰিজিৎ সিং, ভাৰতীয় গায়ক।
  • ১৯৮৯- অভিজিৎ কৰ্মকাৰ, অসমৰ ৰাজনৈতিক নেতা[কোন ?]

মৃত্যুসম্পাদনা কৰক

দিৱসসম্পাদনা কৰক

  • বিশ্ব মেলেৰিয়া দিৱস।

বাহ্যিক সংযোগসম্পাদনা কৰক