২৫ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
২৫ এপ্ৰিল (ইংৰাজী: 25 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৪তম (অধিবৰ্ষত ১১৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫১টা দিন বাকী থাকে। ২৫ এপ্ৰিল দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৫ তম (অধিবৰ্ষত ১১৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম
সম্পাদনা কৰক- ১৮৯৩ - হেমচন্দ্ৰ বৰুৱা, অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক। (মৃত্যু: ১৯৪৫)
- ১৯৩৫ - জিম পিবলছ্, কানাডিয়ান-আমেৰিকান জ্যোতিপদাৰ্থবিজ্ঞানী।
- ১৯৫৬ - ভৃগু কুমাৰ ফুকন, অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী।
- ১৯৭০ - যতীন বৰা, অসমৰ অভিনেতা।
- ১৯৮৭ - অৰিজিৎ সিং, ভাৰতীয় গায়ক।
- ১৯৯৮ - অম্লান বৰগোহাঁই, ভাৰতীয় দৌৰবিদ।
মৃত্যু
সম্পাদনা কৰক- ১৯৫১ - অবলা বসু, ভাৰতীয় সমাজকৰ্মী।
- ২০১৬ - পূৰ্ণিমা অৰবিন্দ পাকভাসা, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু নৃত্যশিল্পী।
- ২০২০ - দেৱানন্দ কোঁৱৰ, ভাৰতীয় ৰাজনীতিবিদ।
দিৱস
সম্পাদনা কৰক- বিশ্ব মেলেৰিয়া দিৱস
- মুক্তি দিৱস (পৰ্তুগাল)
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৫ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |