২৪ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
২৪ এপ্ৰিল (ইংৰাজী: 24 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৪তম (অধিবৰ্ষত ১১৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫১টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰক- ১৯৩৪ - জয়কান্তন, ভাৰতীয় লেখক, সাংবাদিক, সু-বক্তা।
- ১৯৩৬ - নিৰোদ চৌধুৰী, অসমীয়া সাহিত্যিক আৰু সাংবাদিক।
- ১৯৪৬ - কমলা ভাচিন, ভাৰতীয় কবি, লেখক আৰু সমাজ বিজ্ঞানী।
- ১৯৫৬ - তীজান বাঈ, ভাৰতীয় লোক-সংগীত শিল্পী।
- ১৯৫৬ - শৰদ অৰবিন্দ ববডে, ভাৰতৰ ৪৭তম মুখ্য ন্যায়াধীশ।
- ১৯৭৩ - শচীন তেণ্ডুলকাৰ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
- ১৯৮৭ - বৰুণ ধবন, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
মৃত্যু
সম্পাদনা কৰক- ১৭৩১ - ডেনিয়েল ডিফো, ইংৰাজ ব্যৱসায়ী, লেখক, সাংবাদিক আৰু চোৰাংচোৱা।
- ১৯৪৪ - শিৱপ্ৰসাদ গুপ্ত, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৭২ - যামিনী ৰয়, ভাৰতীয় চিত্ৰকৰ।
- ১৯৭৪ - ৰামধাৰী সিং 'দিনকৰ', ভাৰতীয় কবি।
- ২০১১ - সত্য সাই বাবা, ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। (জন্ম: ২৩ নৱেম্বৰ, ১৯২৬)
- ২০২৪ - নম্ৰ কুমাৰ ভূঞা, শিক্ষাবিদ, লেখক, নাট্যকাৰ।
দিৱস
সম্পাদনা কৰক- ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস (ভাৰত)
- গণতন্ত্ৰ দিৱস (নেপাল)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৪ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |