১৮ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
১৮ এপ্ৰিল (ইংৰাজী: 18 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৮তম (অধিবৰ্ষত ১০৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৭টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৫৩ - এছিয়াত প্ৰথম ৰে'ল চলাচল আৰম্ভ হয়।
জন্ম
সম্পাদনা কৰক- ১৮৫৮ - ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক।
- ১৯১৬ - ললিতা পাৱাৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪৯ - বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম, ফিনলেণ্ডৰ অৰ্থনীতিবিদ।
- ১৮৬০ - কালিচৰণ ব্ৰহ্ম, ভাৰতীয় সমাজ সংস্কাৰক।
- ১৯৬৪ - মাঞ্জাম্মা জগতী, ভাৰতীয় নৃত্যশিল্পী, কণ্ঠশিল্পী, থিয়েটাৰ অভিনেত্ৰী।
- ১৯৭৮ - প্ৰদ্যুৎ কুমাৰ ডেকা, অসমৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু লেখক।
- ১৯৯২ - লোকেশ ৰাহুল (KL Rahul), ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু
সম্পাদনা কৰক- ১৯৫৫ - এলবাৰ্ট আইনষ্টাইন, নোবেল পুৰস্কাৰ বিজয়ী মাৰ্কিন পদাৰ্থ বিজ্ঞানী। (জন্ম: ১৪ মাৰ্চ, ১৮৭৯)
- ১৯৯৯ - মিগিশ্বি ছেটছুকো, জাপানী যোগ চিত্ৰশিল্পী।
- ২০১৯ - হাছিবুল ইছলাম মিজান, বাংলাদেশৰ চলচ্চিত্ৰ পৰিচালক।
- ২০০১ - খুৰশীদ বানো, পাকিস্তানী অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
- ২০০২ - টুৰ হেয়াৰ্ডাল, নৰ্ৱেয়ান ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ আৰু পুৰাতত্ত্ববিদ।
- ২০২১ - ডাঃ ভূমিধৰ বৰ্মন, অসমৰ ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
দিৱস
সম্পাদনা কৰক- বিশ্ব ঐতিহ্য দিৱস
- উদ্ভাৱন দিৱস (জাপান)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৮ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |