১৮ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২২ |
১৮ এপ্ৰিল (ইংৰাজী: 18 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৮তম (অধিবৰ্ষত ১০৯তম) দিন। বছৰ শেষ হ'বলৈ ২৫৭ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৮৫৩ - এছিয়াত প্ৰথম ৰে'ল চলাচল আৰম্ভ হয়।
জন্মসম্পাদনা কৰক
- ১৯৯২ - লোকেশ ৰাহুল (KL Rahul), ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যুসম্পাদনা কৰক
- ১৯৫৫ - এলবাৰ্ট আইনষ্টাইন, নোবেল পুৰস্কাৰ বিজয়ী মাৰ্কিন পদাৰ্থ বিজ্ঞানী। (জন্ম: ১৪ মাৰ্চ, ১৮৭৯)
দিৱসসম্পাদনা কৰক
- বিশ্ব ঐতিহ্য দিৱস
- ৱাৰ্ল্ড হেৰিটেজ্ ডে
- গোপালদেৱৰ তিৰোভাৱ তিথি
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৮ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |