১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

২ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯২তম (অধিবৰ্ষত ৯৩তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭৩ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা

সম্পাদনা কৰক
  • ১৯০২ - ল'জ এঞ্জেলছসংযুক্ত ৰাষ্ট্ৰৰ প্ৰথম পূৰ্ণাংগ মুভী থিয়েটাৰ, ইলেক্ট্ৰিক থিয়েটাৰৰ মুকলি।
  • ১৯১২ - সমুদ্ৰত আৰ. এম. এছ. টাইটানিকৰ পৰীক্ষণ।
  • ২০১৩ - কলকাতাছল্ট লে'ক ষ্টেডিয়ামইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০১৩ৰ উদ্বোধন।
  • ২০১৫ - গাৰিছা ইউনিভাৰ্চিটি কলেজত এজন বন্দুকধাৰীৰ আক্ৰমণ, প্ৰায় ১৪৮জন লোক নিহত আৰু অন্য ৭৯জন আহত।
  • ১৮৬২ - নিকোলাছ মাৰী বুটলাৰ, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান দাৰ্শনিক।
  • ১৮৯৮ - হৰিন্দ্ৰনাথ চট্ৰোপাধ্যায়, ভাৰতীয় কবি, অভিনেতা আৰু ৰাজনীতিক।
  • ১৯০৯ - বেগম ঐজাজ ৰচুল, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৬৯ - অজয় দেৱগন, ভাৰতীয় অভিনেতা।
  • ১৯৮১ - কপিল শৰ্মা, ভাৰতীয় টি.ভি. শ্ব'ৰ প্ৰসিদ্ধ হাস্য কলাকাৰ।
  • ১৯৮৫ - মাধুৰীমা ঘৰফলীয়া, অসমীয়া শিশু সাহিত্যিক।
  • ১৯১৪ - পল হেইজ, ন'বেল বঁটা প্ৰাপ্ত জাৰ্মান লেখক, কৰি আৰু অনুবাদক।
  • ১৯২৮ - থিয়ডাৰ ৱিলিয়াম ৰিছাৰ্ড, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান ৰসায়নবিদ।
  • ১৯৩৩ - ৰঞ্জিৎ সিং, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৯৫ - হানেছ এল্ফভেন, ন'বেল বঁটা প্ৰাপ্ত ছুইছ পদাৰ্থবিদ আৰু অভিযন্তা।
  • আন্তঃৰাষ্ট্ৰীয় শিশুৰ গ্ৰন্থ দিৱস
  • আন্তঃৰাষ্ট্ৰীয় শালীনতা সজাগতা দিৱস
  • মালভিনাছ দিৱস - আৰ্জেন্টিনা
  • থাই ঐতিহ্য সংৰক্ষণ দিৱস - থাইলেণ্ড

বাহ্যিক সংযোগ

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক