১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

৭ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৭তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলীসম্পাদনা কৰক

জন্মসম্পাদনা কৰক

  • ১৮৮৯ - গ্ৰেবিলা ম্ৰিষ্টেল, ন'বেল বঁটা প্ৰাপ্ত চিলিৰ কবি।
  • ১৯২৬ - প্ৰেম নাজিৰ, ভাৰতীয় অভিনেতা।
  • ১৯৪২ - জিতেন্দ্ৰ, ভাৰতীয় অভিনেতা।
  • ১৯৪৭ - নগেন বৰা, অসমীয়া সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, আৰু সাংবাদিক।
  • ১৯৫৪ - জেকী চান, হংকঙৰ অভিনেতা।

মৃত্যুসম্পাদনা কৰক

দিৱসসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক