২১ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
২১ এপ্ৰিল (ইংৰাজী: 21 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১১তম (অধিবৰ্ষত ১১২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৪টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ৭৫৩ - ৰোম নগৰৰ প্ৰতিষ্ঠা।
- ১৫২৬ - পানীপথৰ প্ৰথম যুদ্ধ।
- ১৯৫২ - লণ্ডন আৰু ৰোমৰ মাজত প্লেন চালনাৰ মাধ্যমেৰে বিশ্বৰ প্ৰথম জেট প্লেন চলাচল আৰম্ভ।
- ২০১৯ - শ্ৰীলঙ্কাত গীৰ্জা, হোটেল আৰু মছজিদত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত কমেও ২৯০ জন মানুহৰ মৃত্যু হয়।
জন্ম
সম্পাদনা কৰক- ১৯৩১ - মহম্মদ তাহেৰ, অসমীয়া শিক্ষাবিদ আৰু লেখক।
মৃত্যু
সম্পাদনা কৰক- ১৮৮৪ - কাদম্বৰী দেৱী, ভাৰতীয় নাট্যকাৰ তথা সংগীতজ্ঞ।
- ১৯০৭ - জগন্নাথ বৰুৱা, অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা।
- ১৯১০ - মাৰ্ক টোৱেইন, আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক।
- ১৯৪৬ - পদ্মনাথ গোহাঞি বৰুৱা, ভাৰতীয় কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক।
- ২০০০ - নিগাৰ চুলতানা, ভাৰতীয় অভিনেত্ৰী।
- ২০১৩ - শকুন্তলা দেৱী, "মানৱ কম্পিউটাৰ" নামে পৰিচিত ভাৰতীয় গণিতজ্ঞ।
- ২০১৫ - জানকী বল্লভ পাটনায়ক, ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ প্ৰাক্তন ৰাজ্যপাল। (জন্ম: ৩ জানুৱাৰী, ১৯২৭)
- ২০২১ - ভিতালী দাস, অসমীয়া সংগীত শিল্পী। (জন্ম: ৬ জুন, ১৯৭৯)
- ২০২১ - শংখ ঘোষ, ভাৰতীয় কবি আৰু সমালোচক।
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২১ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |