১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

৬ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৬তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাসম্পাদনা কৰক

  • ১৫৮০ - ইংলেণ্ড, ফ্লেণ্ডাৰ্ছ আৰু উত্তৰ ফ্ৰান্সত এটা প্ৰবল ভূমিকম্প।
  • ১৮৬৯ - ছেলুলয়ডৰ পেটেণ্ট।
  • ১৯১৯ - ভাৰতত মহাত্মা গান্ধীৰ দ্বাৰা সাধাৰণ প্ৰতিবাদৰ আদেশ।
  • ১৯৬৫ - প্ৰথম ব্যৱসায়িক উপগ্ৰহ, আৰ্লি বাৰ্ডৰ উৎক্ষেপন।
  • ১৯৯৮ - পাকিস্তানৰ দ্বাৰা ভাৰতত প্ৰৱেশ সক্ষম মধ্য দূৰত্বৰ মিছাইলৰ পৰীক্ষণ।

জন্মসম্পাদনা কৰক

  • ১৯২৮ - জেমছ ৱাটছন, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান জীৱবিজ্ঞানী।
  • ১৯৩১ - সুচিত্ৰা সেন, ভাৰত তথা পশ্চিমবঙ্গৰ অন্যতম বিখ্যাত অভিনেত্ৰী।
  • ১৯৪৯ - হৰ্ষ্ট লাডৱিগ ষ্টৰমাৰ, ন'বেল বঁটা প্ৰাপ্ত জাৰ্মান চিকিৎসক।
  • ১৯৫৬ - দিলীপ ভেংগাস্কাৰ, ভাৰতীয় ক্ৰিকেটাৰ আৰু প্ৰশিক্ষক।
  • ১৯৭১ - সঞ্জয় সুৰি, ভাৰতীয় অভিনেতা।

মৃত্যুসম্পাদনা কৰক

দিৱসসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক