১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫  ২৬  ২৭
২৮ ২৯ ৩০  

০৮ এপ্ৰিল (ইংৰাজী: 08 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯৮তম (অধিবৰ্ষত ৯৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৭টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

  • ১৯৫০ - ভাৰত আৰু পাকিস্তানৰ মাজত 'লিয়াকত-নেহৰু' চুক্তি স্বাক্ষৰিত হয়।
  • ১৯৬২ - পাৰস্য উপসাগৰত ব্ৰিটিছ জাহাজত বোমা বিস্ফোৰণ হহৈ প্ৰায় ২৩৬জন নিহত হয়।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

  • আন্তৰ্জাতিক ৰোমানি দিৱস

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক