ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০১৪
ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা
তৃতীয় বৰ্ষ | মাৰ্চ | ২০১৪ | প্ৰথম সংখ্যা
অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ মাহেকীয়া দাপোণ
- প্ৰচাৰ
- ৰাষ্ট্ৰীয় উদ্যোগিক প্ৰতিষ্ঠান, শিলচৰত ৬ মাৰ্চত অসমীয়া ৱিকিপিডিয়াৰ এখন কৰ্মশালা অনুষ্ঠিত হয়।
- অনলাইন আলোচনী "আৰম্ভণি"ত প্ৰভাকৰ শৰ্মা নেওগৰ প্ৰবন্ধ "ৱিকিপিডিয়া লিখোঁ আহক"।
- পদক
- এই মাহৰ ৱিকিপিডিয়ান: জলি বৰা
- অভিৰোচন পদক: ফাৰুক আজিজ, চাইদুল ইছলাম
- কেইটামান উল্লেখনীয় প্ৰবন্ধ
- টুক্ৰেশ্বৰী দেৱালয়
- বীৰেন সিংহ
- অসমীয়া জাতি
- খুছৱন্ত সিং
- প্ৰাগ চিনে বঁটা ২০১৪
- চাওদাং জনগোষ্ঠী
- মধুৰাম বড়ো
- হোলীগীত
- মাইবং
- নিৰ্বাচিত চিত্ৰ
- পদক
- বিশেষ পদক: নিতুল বৰা
- লেখা
- অনিমেষ বৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক "ৰূপালীম" ৱিকিউৎসত অন্তৰ্ভুক্ত কৰে। (ইউনিক'ড ৰূপ: দিগন্ত শইকীয়া)
- নিতুল বৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰায় পঞ্চাশটা গীত ৱিকিউৎসত অন্তৰ্ভুক্ত কৰে। (ইউনিক'ড ৰূপ: দিগন্ত শইকীয়া)
- ৱিকিপিডিয়াৰ সক্ৰিয় সদস্যসকল
এই পৃষ্ঠাখন শেহতীয়াভাৱে ৩১ মাৰ্চ, ২০১৪ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি উক্ত সংযোগটো পৰীক্ষা কৰিব পাৰে।
ক্ৰমিক নং | সদস্য | সম্পাদনা সংখ্যা | বিস্তাৰিত সংযোগ |
---|---|---|---|
১ | জলি বৰা | ২৯৬ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
২ | বিষ্ণু শইকীয়া (প্ৰশাসক) | ২৫৫ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৩ | অংশুমান | ২১৪ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৪ | প্ৰভাকৰ শৰ্মা নেওগ (প্ৰশাসক) | ১৯৭ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৫ | অনিমেষ বৰা | ১০৭ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৬ | গীতাৰ্থ বৰদলৈ (প্ৰশাসক) | ১০৫ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৭ | চাইদুল ইছলাম | ৭১ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৮ | ফাৰুক আজিজ | ৪৫ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
---|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং 1.44.0-wmf.1 (fbc8c4f)। |
মুঠ প্ৰবন্ধ সংখ্যা ১৪,০২৭ টা। |
মুঠ পৃষ্ঠা আছে ৯৭,৫৯০ টা। |
মুঠ সম্পাদনা কৰা হৈছে ৪,৪২,৭৮৭ বাৰ। |
মুঠ ১,৯২৯ টা ফাইল আপল'ড কৰা হৈছে। |
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে ৪২,৮৮০ জন, সক্ৰিয় সদস্য ১২৪ জন আৰু ৬ জন প্ৰশাসক আছে। |
বিশদকৈ জানিবলৈ ইয়াত ক্লিক কৰক। |
এই তথ্যসমূহ ১৪৩১ ভাস্কৰাব্দৰ পূৱা ০৫:৫৫ বজালৈ প্ৰযোজ্য। |
অসমীয়া ৱিকিপিডিয়াৰ ফে'চবুক গোট: https://www.facebook.com/groups/assamwikigroup/
অসমীয়া ৱিকিপিডিয়াৰ ফে'চবুক পৃষ্ঠা: https://www.facebook.com/aswikipedia
মেইলিং লিষ্ট: https://lists.wikimedia.org/mailman/listinfo/wikipedia-as
|