ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
আগষ্ট ২০১৯ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
Hello my fellow Wikimedians,

First and foremost, I would like to apologize for not writing my monor kotha in Assamese. I am ashamed to say that my Assamese is awfully rusty, which is why I was contemplating writing this section for a long time. All the previous issues of monor kotha, which all are wonderfully crafted and thought-provoking, already touch upon all the issues that come to my mind when I think about why one should contribute to Assamese Wikimedia projects. Still, let me reiterate a few things which I feel worth mentioning over and over.

Digital dominance is inevitable. We will have to bring our A-game to create searchable content online in Assamese. What do I mean by searchable content? Texts written in Unicode Assamese which can be searched via search engines such as Google, Bing etc. are searchable content. It breaks my heart to see more than half of the results in Bengali when I Google anything in Assamese. Although we are seeing a trend of writing posts, comments, status etc. in Assamese on social media, these contents are mostly not searchable because of the privacy restriction that these social medias put in place. Don’t get me wrong, writing in Assamese in social media is undoubtedly a positive step. But we should also focus on creating Assamese searchable content elsewhere, such as Wikmedia projects: a publicly accessible and searchable platform.

The strong presence of Assamese language on the internet is unquestionably the most import objective of why one should contribute to Wikimedia projects. Of course, that holds true for me as well. Love for my mother tongue is what drew me towards becoming a Wikimedian. It was the year of 2010 when I stumbled upon the Assamese edition of Wikipedia. I was pleasantly surprised to know that it even exists. With my half-baked knowledge, I started contributing. It took me some time to get a hang of it, but it was a pleasant experience nevertheless. Back then I was a student of Computer Science, which ignited my interest to learn the technical aspects of Wikipedia as well. I was so thrilled when we redesigned the main page back in 2012. Along the way, I met many fellow Wikimedians in-person and online; and I can feel their warmth and compassion towards Assamese Wikipedia and Assamese language in general.

For me, editing Wiki projects are like taking a shot of dopamine. When I am stressed out at work I like to open up Wikipedia and do some quick edits, which makes me feel better instantly. Even making a small edit like adding a category or fixing a formatting issue gives me immense gratification. I feel like I did something good for my people, for my land. Over the years editing wiki has become my second nature.

I hope all the good things that are happening in our small Assamese Wikimedia community keeps going and growing. I salute all new, old, and future Wikimedians for your effort in making the world a better place. Thank you, জয় আই অসম। --SlowPhoton (talk) 12:23, 31 July 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
ডেম আগাথা মেৰি ক্লেৰিছা মিলাৰ,লেডি মেলোৱেন (Dame Agatha Mary Clarissa Christie, Lady Mallowan), (১৫ ছেপ্টেম্বৰ ১৮৯০-১২ জানুৱাৰী ১৯৭৬) এগৰাকী বিশ্ববন্দিত ইংৰাজী লেখিকা। তেওঁৰ জনপ্ৰিয়তাৰ মূল কাৰণ হৈছে তেওঁৰ দ্বাৰা লিখিত ৬৬খন উপন্যাস, ১৪খন চুটিগল্প সংকলন আৰু হাৰকিউল পয়ৰো, মিছ মাৰ্পল নামৰ কাল্পনিক ডিটেকটিভ চৰিত্ৰ দুটাৰ সৃষ্টি। দা মাউছট্ৰেপ(The Mousetrap) নামৰ ৰহস্যধৰ্মী নাটকখনৰ বাবেও আগাথা ক্ৰিষ্টি জনাজাত। উল্লেখযোগ্য যে, এইখন হৈছে পৃথিৱীত সুদীৰ্ঘ সময় ধৰি প্ৰদৰ্শিত হোৱা নাটক৷

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে আগাথা ক্ৰিষ্টিক সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা ঔপন্যাসিকা হিচাপে তালিকাভুক্ত কৰিছে। তেওঁৰ উপন্যাসৰ বিক্ৰী-সংখ্যাই প্ৰায় ৩০০ কোটিৰ ঘৰ চুইছে। পৃথিৱীত বহুলভাৱে প্ৰকাশিত হোৱা গ্ৰন্থৰ তালিকাখনত শ্বেইকছপীয়েৰ আৰু বাইবেলৰ পিছতেই আছে আগাথা ক্ৰিষ্টিৰে স্থান। ইণ্ডেক্স ট্ৰেন্সলেছ'নামৰ মতে (Index Translationum) আগাথা ক্ৰিষ্টিৰ গ্ৰন্থ ১০৩ টা ভাষালৈ অনূদিত হৈছে ৷ সৰ্বাধিক ভাষালৈ অনূদিত হোৱা লেখকৰ তালিকাত আগাথা ক্ৰিষ্টিয়েই প্ৰথম স্থান অধিকাৰ কৰিছে ৷

বিতংকৈ পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুলাই-২০১৯ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. প্ৰফুল্ল কটকী
  2. হাৰ্বাৰ্ট গিণ্টিছ
  3. ৰাজীৱ বৰা
  4. মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল
  5. চন্দ্ৰকান্ত অভিধান
  6. হেম বুঢ়াগোহাঞি
  7. গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান
  8. কিৰণ কুমাৰ গগৈ
  9. ওডিছী
  10. মাধৱ বৈশ্য
  11. মাধৱদেৱ বিশ্ববিদ্যালয়
  12. গোলোকচন্দ্ৰ গোস্বামী
  13. যোগেন তামুলী
  14. উৰাজাহাজ
  15. জাহাজ
  16. শিনকানছেন
  17. ভট্টদেৱ বিশ্ববিদ্যালয়
  18. ফেৱিক'ল
  19. ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়
  20. পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড
  21. সুনীল গাভাস্কাৰ
  22. কীৰ্তিনাথ শৰ্মা বৰদলৈ
  23. ১৯৬৪ চনৰ নিগাটা ভূমিকম্প
  24. ঔপনিবেশিক অসম
  25. ভৌগোলিক তথ্য ব্যৱস্থা
  26. মেঘালয় যুগ
  27. ১৯৯৩ চনৰ লাটুৰ ভূমিকম্প
  28. ১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্প
  29. কেলকুলেটৰ
  30. মেঘনাদ সাহা
  31. চন্দ্ৰযান-২
  32. গৱেষণা
  33. নিক'লাচ ক'ৰ্পানিকাচ
  34. পাউলিৰ নিষেধ নীতি
  35. বুছু ডিমা
  36. ডিমাছা ভাষা
  37. উমেশ চন্দ্ৰ ডেকা
  38. উপেন্দ্ৰনাথ গোস্বামী
  39. পাৰ্থবিজয় দত্ত
  40. কৃত্ৰিম বুদ্ধিমত্তা
  41. ফাৰ্মাৰ অন্তিম উপপাদ্য
  42. মিৰ
  43. কুন্দ
  44. ‎মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়
  45. ‎২০ ফেব্ৰুৱাৰী
  46. ২১ ফেব্ৰুৱাৰী
  47. ২৩ ফেব্ৰুৱাৰী
  48. ২৫ ফেব্ৰুৱাৰী
  49. ২৯ ফেব্ৰুৱাৰী
  50. খাচী আৰু জয়ন্তীয়া পাহাৰ
  51. যতীন গোস্বামী
  52. এপ'ল' ১১
  53. ৪ মাৰ্চ
  54. ৫ মাৰ্চ
  55. ‎৬ মাৰ্চ
  56. ৭ মাৰ্চ
  57. ৮ মাৰ্চ
  58. ‎বাৰ ভূঞা
  59. ১৩ মাৰ্চ
  60. ১৬ মাৰ্চ
  61. ১৭ মাৰ্চ
  62. ২৩ মাৰ্চ
  63. ২২ মাৰ্চ
  64. ২১ মাৰ্চ
  65. ২০ মাৰ্চ
  66. ১৯ মাৰ্চ
  67. ১৮ মাৰ্চ
  68. ২৬ মাৰ্চ
  69. ২৮ মাৰ্চ
  70. ২৯ মাৰ্চ
  71. ৩০ মাৰ্চ
  72. ৩১ মাৰ্চ
  73. ৮ এপ্ৰিল
  74. ১৩ এপ্ৰিল
  75. ৯ এপ্ৰিল
  76. ১০ এপ্ৰিল
  77. ১১ এপ্ৰিল
  78. ১২ এপ্ৰিল
  79. ১৫ এপ্ৰিল
  80. ‎১৭ এপ্ৰিল
  81. ১৮ এপ্ৰিল
  82. ১৯ এপ্ৰিল
  83. ২০ এপ্ৰিল
  84. ৩০ এপ্ৰিল
  85. ২৯ এপ্ৰিল
  86. ২৮ এপ্ৰিল
  87. ২৭ এপ্ৰিল
  88. ২৬ এপ্ৰিল
  89. ২৪ এপ্ৰিল
  90. ৩ মে'
  91. ৯ মে'
  92. ২ মে'
  93. ১২ মে'
  94. ১৩ মে'
  95. ‎১৪ মে'
  96. ১৫ মে'
  97. ১৭ মে'
  98. ১৮ মে'
  99. ২০ মে'
  100. ২০ জুন
  101. ২৯ জুন
  102. ২৭ জুন
  103. ২৫ জুন
  104. ২৩ জুন
  105. ২২ জুন
  106. ৯ জুন
  107. ৪ জুন
  108. ৩ জুন
  109. ৬ অক্টোবৰ
  110. ৪ অক্টোবৰ
  111. ১৮ অক্টোবৰ
  112. ১৯ অক্টোবৰ
  113. ৩০ অক্টোবৰ
  114. এম. কামালুদ্দিন আহমেদ
  115. কথা বৰেণ্য ১০০
  116. হেমেন্দ্ৰ কুমাৰ গগৈ
  117. আন্তৰ্জাতিক দবা দিৱস
  118. দিলীপ শৰ্মা
  119. গুলজাৰ
  120. মানৰ অসম আক্ৰমণ
  121. ইনষ্টাগ্ৰাম
  122. অতি পৰিবাহিতা
  123. ডবকা ৰাজ্য
  124. পাইক বিদ্ৰোহ
  125. বিশ্বকৰ্মা পূজা
  126. প্ৰণৱজ্যোতি ডেকা
  127. চৰণ নাৰ্জাৰী
  128. আগাথা ক্ৰিষ্টি
  129. বিশ্বকৰ্মা
  130. হিতেন্দ্ৰ নাথ গোস্বামী
  131. লুচাই অভিযান
  132. ৰাতাবাৰী (বিধানসভা সমষ্টি)
  133. পাথাৰকান্দি (বিধানসভা সমষ্টি)
  134. শ্বাহিৰ শ্বেখ
  135. খৰ্গধৰ বৰুৱা
  136. ‎অগ্নি বাহাদুৰ ছেত্ৰী
  137. খাতিৰ ভাৰ
  138. ৰাজহুৱা ক্ষেত্ৰ
  139. ভাৰতৰ স্বত্বাধিকাৰ আইন
  140. চেঁচোৰ
  141. কুশান গান
  142. প্ৰহ্লাদ চন্দ্ৰ তাছা
  143. কামেশ্বৰ ব্ৰহ্ম
  144. অজয় কুমাৰ দত্ত
  145. চেও-চাপৰি নাম
  146. ধীৰেন্দ্ৰ নাথ বেজবৰুৱা
  147. দাৰ্জিলিং ৰ'পৱে
  148. ঘনকান্ত বৰা বৰবায়ন
  149. হেমা ভৰালী
  150. মদৰাম ব্ৰহ্ম
  151. বগেজাৰী গীত
  152. শীলা বৰঠাকুৰ
  153. অসমৰ সত্ৰসমূহৰ তালিকা
  154. বিশ্ব হেপাটাইটিছ দিৱস
  155. ৰবীন্দ্ৰনাথ উপাধ্যায়
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাননগাওঁ জিলাত অৱস্থিত বাগৰি ৰেঞ্জত বানপানীৰ সময়ত পোৱালিৰে সৈতে এশিঙীয়া গঁড়-এ আশ্ৰয়ৰ সন্ধান কৰাৰ এক দৃশ্য
আলোকচিত্ৰশিল্পী: দিগন্ত তালুকদাৰ
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিপিডিয়ান
বিষ্ণু শইকীয়া
সাহিত্য সৌৰভ পদক
ভাস্কৰজ্যোতি ভূঞা
জীৱনীকাৰ পদক
অজয় দাস‎
ঈশান জ্যোতি বৰা
পঞ্চশতক তাৰকা পদক
জলি ৰুমী বৰা






উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৫৭৪০ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত গ্ৰন্থৰ সংখ্যা ২০৪ খনলৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত জুলাই, ২০১৯ মাহটোক সত্যনাথ বৰাৰ মাহ হিচাপে পালন কৰা হয়৷ এইমাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-

সত্যনাথ বৰা

অন্য গ্ৰন্থ:


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
বিষ্ণু শইকীয়া ৩৫৪ ৫৯৫ ৬০৪ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা(চুমু) বড়া ১৩ ৫৮৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৩৭০ ৩৯ ২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ ৪৬ ২৭১ ২৭ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ ৯০ ১৪৬ ১৪ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি ৰুমী বৰা ৯১ ১১৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ১৬১ ২৭৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ভাস্কৰজ্যোতি ভূঞা ১৫৭ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নিৰঞ্জন বড়া ১০১ ১১ - ১০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।