ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০১৪
- নিৰ্বাচিত চিত্ৰ
- ভাল প্ৰবন্ধ
কৃষ্ণ (সংস্কৃত: कृष्ण; ইংৰাজী:Krishna) এজন হিন্দু আৰাধ্য অৱতাৰ। কৃষ্ণৰ অক্ষৰিক অৰ্থ "আন্ধাৰ, ক'লা, ঘন নীলা"। এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়; অন্যহাতে কৃষ্ণধৰ্মৰ অন্যান্য সম্প্ৰদায়সমূহত তেওঁক স্বয়ং ভগবান বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। তেখেতক হিন্দুধৰ্মৰ এখন ধৰ্মগ্ৰন্থ ভাগৱৎ গীতাৰ প্ৰৱৰ্তক বুলিও জনা যায়। বৈষ্ণৱ ধৰ্মবিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক স্বয়ং ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়াও হয়। মহাভাৰত কাব্যত তেখেতে কূটনীতিজ্ঞ হিচাবে পাণ্ডৱ পক্ষত এক মুখ্য ভূমিকা পালন কৰিছে। ভাগৱত পুৰাণত কৃষ্ণক প্ৰায়েই বাঁহী-বাদনৰত এক কিশোৰৰ ৰূপত বৰ্ণনা কৰা হৈছে। আকৌ ভগবদ গীতাত তেওঁক এজন পথপ্ৰদৰ্শক আৰু সহায়ক তৰুণ ৰাজপুত্ৰৰ ৰূপত। হিন্দু দৰ্শন আৰু ধৰ্মতাত্ত্বিক ঐতিহ্যত কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহৰ পৰিধি বহুদূৰলৈ বিস্তৃত। তেওঁক কল্পনা কৰা হয় বিভিন্ন ৰূপত: কেতিয়াবা শিশুদেৱতা, কেতিয়াবা হাঁহি-ধেমালি-কৌতুকপ্ৰিয়, কেতিয়াবা আদৰ্শ প্ৰেমিক, কেতিয়াবা দিব্য নায়ক, আকৌ কেতিয়াবা সৰ্বোচ্চ ঈশ্বৰৰ ৰূপত। কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহ মূলত: লিখিত আছে মহাভাৰত, হৰিবংশ, ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণ গ্ৰন্থত। (বিতং ভাৱে পঢ়ক...)
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
---|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং 1.44.0-wmf.8 (f08e6b3)। |
মুঠ প্ৰবন্ধ সংখ্যা ১৪,৪৫১ টা। |
মুঠ পৃষ্ঠা আছে ৯৯,০৫৮ টা। |
মুঠ সম্পাদনা কৰা হৈছে ৪,৫৭,৫১২ বাৰ। |
মুঠ ১,৯৪১ টা ফাইল আপল'ড কৰা হৈছে। |
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে ৪৩,৩৫২ জন, সক্ৰিয় সদস্য ১০১ জন আৰু ৬ জন প্ৰশাসক আছে। |
বিশদকৈ জানিবলৈ ইয়াত ক্লিক কৰক। |
এই তথ্যসমূহ ১৪৩১ ভাস্কৰাব্দৰ ৰাতি ০১:২৩ বজালৈ প্ৰযোজ্য। |
- অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ
- প্ৰাকৃতিক পৰিৱেশ
- নৰ্থ ইষ্ট ইউনাইটেড এফ চি
- কৈলাস সত্যাৰ্থী
- টুৰ হেয়াৰ্ডাল
- দুৰ্গা বড়ো
- শিৰডীৰ সাই বাবা
- অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
- গুণাভিৰাম বৰুৱাদেৱে ৰচনা কৰা নাটক ৰাম-নবমী অসমীয়া ৱিকিউৎসত একক চেষ্টাৰে অন্তৰ্ভুক্ত কৰে নিতুল বৰাই, তেখেতলৈ অভিনন্দন তথা কৃতজ্ঞতা জনালোঁ।
- উল্লেখনীয় ৱিকিপিডিয়া পদক
- সদস্য সদস্য:হীৰক নয়ন ভূঞা, মৃগাংক নাথ আৰু লিণ্টন শইকীয়ালৈ ৱিকি উদ্যোগী ৱিকিপদক
তৃতীয় অসমীয়া ৱিকিসন্মিলন (গুৱাহাটী) ৰ ৱিকিপদক (২৫ অক্টোবৰ, ২০১৪, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী) | ||
বন্ধুবৰ, উক্ত ৱিকিসন্মিলনত আপোনাৰ অৱদানৰ বাবে এই সামান্যতম সন্মান জনালোঁ। আপুনি তথা আপোনাৰ সীমিত সহযোগীৰ আপোনালোকৰ ক্লাৱৰ সৌজন্যত নিস্বাৰ্থ প্ৰয়াসৰে যেনেদৰে এই ৱিকিসন্মিলন সাফল্যমণ্ডিত কৰি তুলিলে তাৰ বাবে আমি সকলো অসমীয়া ৱিকিপিডিয়ান অত্যন্ত কৃতজ্ঞ। আশাকৰো অসমীয়া ৱিকিপিডিয়াৰ লগত এনেদৰেই জড়িত হৈ থাকি ইয়াক সমৃদ্ধিশালী কৰি তুলিব। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ বিষ্ণু শইকীয়া⇒✉ 11:38, 5 নৱেম্বৰ 2014 (UTC)|} |
- বিষ্ণু শইকীয়ালৈ এই মাহৰ ৱিকিপিডিয়ান পদক
- ঈশান কাশ্যপ হাজৰিকালৈ উদগণি পদক
উদগণি পদক | ||
এজন স্কুলিয়া ছাত্ৰ হৈও ৱিকিপিডিয়াত ৰাপৰ বাবে শ্ৰীমান IKHazarika -ক এই বিশেষ উদগণি পদক দিয়া হ'ল। আশাকৰোঁ তেওঁ ভবিষ্যতলৈ এজন আগশাৰীৰ ৱিকিপিডিয়ান হৈ উঠিব। প্ৰভাকৰ শৰ্মা নেওগ (talk) 11:43, 30 অক্টোবৰ 2014 (UTC) |
- মঞ্জিল কোঁৱৰলৈ অসমীয়া চলচ্চিত্ৰ পদক
অসমীয়া চলচ্চিত্ৰ পদক | ||
অসমীয়া ৱিকিপিডিয়াত চলিত ২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ বিষয়ে কেইবাটোও প্ৰবন্ধ লিখি ইয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়ালোঁ। আশা কৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা। বিষ্ণু শইকীয়া⇒✉ 10:48, 16 অক্টোবৰ 2014 (UTC) |
- প্ৰভাকৰ শৰ্মা নেওগ, গীতাৰ্থ বৰদলৈ, দিপাংকৰ চেতিয়া, অনিমেষ বৰা আৰু কন্দৰ্পজিত কল্লোললৈ অক্লান্ত কৰ্মী পদক
অক্লান্ত কৰ্মী পদক | ||
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া⇒✉ 11:22, 5 নৱেম্বৰ 2014 (UTC) |
- চিৰিং চন্দনলৈ ৱিকিপিডিয়া পদক
The Teamwork Barnstar | ||
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া⇒✉ 11:50, 5 নৱেম্বৰ 2014 (UTC) |
- কৰ্মশালা
- অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটীত ২৫ অক্টোবৰত অসমীয়া ৱিকিপিডিয়াৰ এখন কৰ্মশালা তথা ৱিকিপিডিয়া সজাগতা সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত হোৱা সকলোধৰণৰ কাৰ্যবিৱৰণী সম্পৰ্কে জানিবৰ বাবে (ইয়াত) ক্লিক কৰক।
- অক্টোবৰৰ ৪ তাৰিখৰ পৰা ৫ তাৰিখলৈ Indian Community Consultation 2014ৰ অন্তৰ্গত বাংগালুৰুত এখন সৰ্বভাৰতীয় সন্মিলন আয়োজন কৰা হয়। অসমীয়া ৱিকিপিডিয়াৰ পৰা অসমীয়া ভাষাৰ ৱিকিপিডিয়াৰ প্ৰতিনিধি হিচাপে বিষ্ণু শইকীয়াক মনোনীত কৰা হয়।
- সক্ৰিয় সদস্যসকল
এই পৃষ্ঠাখন শেহতীয়াভাৱে ৫ নৱেম্বৰ, ২০১৪ ’ নৱীকৰণ কৰা হৈছে। বিগত মাহত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি উক্ত সংযোগটো পৰীক্ষা কৰিব পাৰে।
ক্ৰমিক নং | সদস্য | সম্পাদনা সংখ্যা | বিস্তাৰিত সংযোগ |
---|---|---|---|
১ | বিষ্ণু শইকীয়া (প্ৰশাসক) | ৩৪৩ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
২ | দিব্য দত্ত | ১৬৭ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৩ | মঞ্জিল কোঁৱৰ | ৮১ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৪ | প্ৰভাকৰ শৰ্মা নেওগ (প্ৰশাসক) | ৬২ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৫ | হীৰক নয়ন ভূঞা | ৪৪ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৬ | অনিমেষ বৰা | ৩৭ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৭ | কিৰণ খনিকৰ | ২৬ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৮ | গীতাৰ্থ বৰদলৈ (প্ৰশাসক) | ২৩ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৯ | কন্দৰ্পজিত কল্লোল | ২০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
১০ | দিপাংকৰ চেতিয়া | ১৭ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
১১ | JBDVIJASDVI | ১৪ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
১২ | চিৰিং চন্দন | ১২ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
- ৱিকিপিডিয়া প্ৰচাৰপত্ৰিকাৰ পূৰ্বৱৰ্তী প্ৰকাশন সমূহ
- ছেপ্তেম্বৰ, ২০১২;
- অক্টোবৰ, ২০১২;
- ডিচেম্বৰ, ২০১২;
- এপ্ৰিল, ২০১৩;
- আগষ্ট, ২০১৩;
- মাৰ্চ, ২০১৪;
- এপ্ৰিল, ২০১৪;
|