৩ এপ্ৰিল
তাৰিখ
(০৩ এপ্ৰিলৰ পৰা পুনঃনিৰ্দেশিত)
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
৩ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৩তম (অধিবৰ্ষত ৯৪তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭২ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনা
সম্পাদনা কৰক- ১০৪৩ - ইংলেণ্ডৰ ৰজা হিচাপে এডৱাৰ্ড দ্য কনফেছৰ অভিষেক।
- ২০১০ - এপল আই এন চিৰ দ্বাৰা প্ৰথম প্ৰজন্মৰ আইপেড, এক প্ৰকাৰৰ টেবলেট কম্পিউটাৰ মুকলি।
- ২০১২ - মাইক্ৰ’মেক্স ফানবুক, মাইক্ৰ’মেক্সৰ প্ৰথম টেবলেটৰ মুকলি।
জন্ম
সম্পাদনা কৰক- ১৭৮১ - স্বামীনাৰায়ণ, ভাৰতৰ ধৰ্মীয় নেতা।
- ১৯০৩ - কমলাদেৱী চট্টোপাধ্যায়, ভাৰতীয় সমাজ সংস্কাৰক, লেখক আৰু স্বাধীনতা কৰ্মী।
- ১৯৩৪ - জেন গুডঅল, ইংৰাজ প্ৰাইমেটোলজিষ্ট আৰু নৃতত্ত্ববিদ৷
- ১৯৫৫ - হৰিহৰণ, ভাৰতীয় গায়ক।
- ১৯৬২ - জয়া প্ৰদা, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিজ্ঞ।
- ১৯৬৫ - নাজিয়া হাচান, পাকিস্তানী পপ গায়িকা, আইনজীৱী আৰু সমাজ-সেৱিকা।
- ১৯৭৩ - প্ৰভু দেবা, ভাৰতীয় অভিনেতা।
- ১৯৮২ - জেক'বা ফ্ৰান্সিস্কা মাৰিয়া স্মল্ডাৰ্ছ, কানাডিয়ান অভিনেত্ৰী আৰু মডেল।
মৃত্যু
সম্পাদনা কৰক- ১৬৮০ - শিৱাজী, ভাৰতীয় সম্ৰাট, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
- ২০০৩ - আৰ্থাৰ গাইটন, আমেৰিকান শৰীৰতত্ববিদ।
- ২০১২ - গোৱিন্দ নাৰায়ন, ভাৰতীয় ৰাজনীতিক, কৰ্ণাটকৰ অষ্টম ৰাজ্যপাল।
- ২০১৫ - অজিৎ বৰুৱা, অসমৰ এগৰাকী কবি-সাহিত্যিক, অনুবাদক আৰু প্ৰশাসনিক বিষয়া।
দিৱস
সম্পাদনা কৰক- জাতীয় চলচ্চিত্ৰ দিৱস, (বাংলাদেশ)
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৩ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |